Mridu Pawan Bhuyan

Mridu Pawan Bhuyan Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mridu Pawan Bhuyan, Nalbari.

30/06/2023

কাৰ্গিল যুদ্ধত সাহসেৰে যুদ্ধ কৰি দেশ মাতৃক ৰক্ষাৰ হকে শ্বহীদ হোৱা ভাৰত মাতাৰ সু-সন্তান কেপ্তেইন জিন্টু গগৈৰ পুৰ্ণ্যতিথিত তেখেতক শ্রদ্ধাৰে স্মৰণ কৰিছোঁ।

আজি নতুনদিল্লীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱক সাক্ষাৎ কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে৷৷৷উ...
29/06/2023

আজি নতুনদিল্লীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱক সাক্ষাৎ কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে৷৷৷

উক্ত সাক্ষাৎকালত মুখ্যমন্ত্ৰী মহোদয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰে আৰু ৰাজ্যখনৰ জনহিতাৰ্থে উন্নয়নমূলক যাত্ৰাৰ বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰধানমন্ত্ৰী দেৱক অৱগত কৰে৷৷৷

29/06/2023

ঔঁ নমহ: শিৱাই 🙏

28/06/2023

ত্ৰিপুৰাৰ ৰথ যাত্ৰাত বিদ্যুৎস্পৃষ্ট হৈ অকালতে মৃত্যুক সাৱটি লোৱা ভক্ত সকলৰ কৰুণ মৃত্যুত অত্যন্ত মৰ্মাহত হৈছোঁ।
আটাইকেইগৰাকী ভক্তৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ লগতে আহত সকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ।

ঔঁম শান্তি!

মই ও এটা গেৰান্তি দিছোঁ দেই....দেশৰ প্ৰতিজন কেলেংকাৰিৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হব সেইটো নিশ্চিত।দেশক কোনে লুতিলে , তাৰে হ...
28/06/2023

মই ও এটা গেৰান্তি দিছোঁ দেই....
দেশৰ প্ৰতিজন কেলেংকাৰিৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হব সেইটো নিশ্চিত।দেশক কোনে লুতিলে , তাৰে হিচাপ দিয়া হব।
Narendra Modi
Himanta Biswa Sarma
Jayanta Mallabaruah
Dr. Mriganka Talukdar
BJP Assam Pradesh
BJP Nalbari District

আকৌ জিলিকি উঠিল নলবাৰী জিলাৰ স্বাস্থ্য খণ্ড __ স্বাস্থ্য সেৱা উৎসৱৰ মূল্যাংকনত সৰ্বমুঠ ২২ খন Grade A প্ৰাপ্ত চিকিৎসালয়ৰ...
27/06/2023

আকৌ জিলিকি উঠিল নলবাৰী জিলাৰ স্বাস্থ্য খণ্ড __
স্বাস্থ্য সেৱা উৎসৱৰ মূল্যাংকনত সৰ্বমুঠ ২২ খন Grade A প্ৰাপ্ত চিকিৎসালয়ৰে দ্বিতীয় স্থানত জিলিকিল নলবাৰী জিলা ।
Himanta Biswa Sarma Jayanta Mallabaruah

দেশপ্ৰেমিক, যুগদ্ৰষ্টা, মহান ৰাজনীতিবিদ পণ্ডিত দীনদয়াল উপাধ্যায় দেৱক তেখেতৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধা নিবেদিলো৷🙏🙏
25/09/2022

দেশপ্ৰেমিক, যুগদ্ৰষ্টা, মহান ৰাজনীতিবিদ পণ্ডিত দীনদয়াল উপাধ্যায় দেৱক তেখেতৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধা নিবেদিলো৷🙏🙏

ইমান কমদামি কাপোৰ পিন্ধে পাপু এ
10/09/2022

ইমান কমদামি কাপোৰ পিন্ধে পাপু এ

সু-শাসন দিৱসৰ লগত সংগতি ৰাখি বিগত দিনত আমাৰ চৰকাৰে ( বিজেপি) গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ তালিকা সৰ্বসাধাৰণ ৰাইজৰ জ্ঞাত...
21/12/2021

সু-শাসন দিৱসৰ লগত সংগতি ৰাখি বিগত দিনত আমাৰ চৰকাৰে ( বিজেপি) গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ তালিকা সৰ্বসাধাৰণ ৰাইজৰ জ্ঞাতাৰ্থে তলত সন্নিৱিষ্ট কৰা হ'ল।

১. 👉সূতা ভড়াল....
২. 👉 অৰুন্ধতী স্বৰ্ণ উপহাৰ....
৩. 👉 উজ্বলা আঁচনি....
৪. 👉 মহিলা মজুৰি ক্ষতিপূৰণ....
৫. 👉 প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা....
৬.👉 কনকলতা মহিলা সবলীকৰণ....
৭. 👉সেউজ অসম নিৰ্মাণ....
৮. 👉অসমক ভাৰতৰ ভিতৰত আতাইতকৈ উদ্যমিতা সমৃদ্ধ ৰাজ্য হিচাপে গঢ়ি তোলা....
৯ 👉 ভূমি অধিকাৰ/নাগৰিক সবলীকৰণ....
১০ 👉 অসমীয়াৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষা প্ৰদান....
১১. 👉 আত্মনিৰ্ভৰ অসম নিৰ্মাণ .....
১২. 👉 অসম হ`ব দেশৰ দ্ৰুত নিয়োগ সৃষ্টিকাৰী ৰাজ্য
১৩. 👉বিস্তাৰিত অৰুণনোদয় আঁচনিৰে মহিলা সবলীকৰণ
১৪. 👉শুদ্ধ নাগৰিক পঞ্জীৰে অসমবাসীৰ অধিকাৰৰ নিশ্চয়তা
১৫. 👉বানৰ বিভীষিকা মুক্ত কৰা
১৬. 👉শিশুৰ উজ্বল ভবিষ্যতৰ নিশ্চয়তা

26/03/2021

জাতীয় নায়কৰ পৰা জাতীয় সেৱকলৈ...
এক দুৰন্ত যাত্ৰা
এক অপ্ৰতিৰোধ্য যাত্ৰা
এক অক্লান্ত যাত্ৰা

25/02/2021

ভক্তিত শক্তি আছে, ভক্তিত জ্ঞান আছে, ভক্তিত শান্তি আছে, ভক্তিতেই আছে সমন্বয় আৰু আনন্দ- সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when Mridu Pawan Bhuyan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Mridu Pawan Bhuyan:

Share