জনসংযোগ, তিনিচুকীয়া

  • Home
  • India
  • Nagar
  • জনসংযোগ, তিনিচুকীয়া

জনসংযোগ, তিনিচুকীয়া Public and Government Service

Notice inviting quotations
16/02/2021

Notice inviting quotations

Selfie competition
15/02/2021

Selfie competition

11/02/2021
বিজ্ঞাপন
10/02/2021

বিজ্ঞাপন

Campaign for plastic free Lower Dibang Valley
10/02/2021

Campaign for plastic free Lower Dibang Valley

আজি তিনিচুকীয়া জিলা উপায়ুক্তৰ সভাকক্ষত মাননীয় মূখ্যমন্ত্ৰী মহোদয়ে সঞ্চালকালয়, তথ্য আৰু জনসংযোগ, অসমৰ জৰিয়তে স্ৱীকৃতিপ্ৰা...
19/01/2021

আজি তিনিচুকীয়া জিলা উপায়ুক্তৰ সভাকক্ষত মাননীয় মূখ্যমন্ত্ৰী মহোদয়ে সঞ্চালকালয়, তথ্য আৰু জনসংযোগ, অসমৰ জৰিয়তে স্ৱীকৃতিপ্ৰাপ্ত সাংবাদিক সকলক নৱবৰ্ষৰ শুভেচ্ছাৰে আগবঢ়োৱা উপহাৰসমূহ তিনিচুকীয়া জিলাৰ উন্নয়ন আয়ুক্ত প্ৰণৱজিৎ কাকতি, এ.চি.এচ আৰু ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া ভাস্কৰ জ্যোতি বৰা, এ.চি.এচ মহোদয়ে বিতৰন কৰা মুহুৰ্তৰ কেইখনমান আলোকচিত্ৰ ৷ আজি তিনিচুকীয়া জিলাৰ সৰ্বমুঠ সাতাৱন্ন (৫৭) জন স্ৱীকৃতিপ্ৰাপ্ত সাংবাদিকক এই উপহাৰ প্ৰদান কৰা হয় ৷

শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ তিৰোভাৱ তিথি উপলক্ষে অহা ইংৰাজী ২৪ ডিচেম্বৰ ২০২০ তাৰিখ বৃহস্পতিবাৰে তিনিচুকীয়া জিলাত "স্হানীয় বন্...
23/12/2020

শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ তিৰোভাৱ তিথি উপলক্ষে অহা ইংৰাজী ২৪ ডিচেম্বৰ ২০২০ তাৰিখ বৃহস্পতিবাৰে তিনিচুকীয়া জিলাত "স্হানীয় বন্ধ" ৰ ঘোষনা তিনিচুকীয়া জিলা প্ৰশাসনৰ ৷

ভোটাৰ হেল্পলাইন ৷
02/12/2020

ভোটাৰ হেল্পলাইন ৷

Address

Chaliha Nagar
Nagar

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Telephone

+918638114201

Website

Alerts

Be the first to know and let us send you an email when জনসংযোগ, তিনিচুকীয়া posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to জনসংযোগ, তিনিচুকীয়া:

Share