Monuar Hussain Faruquee Fan Club

Monuar Hussain Faruquee Fan Club সাধাৰণ সম্পাদক, নগাঁও জিলা কংগ্রেছ কমিটি
প্রাক্তন শিক্ষক,সমাজ সেৱক
ৰাইজৰ সেৱাই মোৰ পৰম ধৰ্ম।
জয় আই অসম
(1)

Wishing my beautiful family a joyous Eid! May Allah accept our fasts and shower our home with endless peace and prosperi...
21/03/2026

Wishing my beautiful family a joyous Eid! May Allah accept our fasts and shower our home with endless peace and prosperity this year.
Eid mubarak to all 🙏🏻🙏🏻

11/03/2026

কংগ্ৰেছৰ টিকট প্রায় নিশ্চিত
হৈ পৰিছে যুৱ নেতা মনোৱাৰ হুছেইন ফাৰুকীৰ।

10/03/2026







Gaurav Gogoi
Pradyut Bordoloi
Indian National Congress
Monuar Hussain Faruquee

06/03/2026

Thanks for such support and love from the every corner of the Dhing LAC.

Gaurav Gogoi
Pradyut Bordoloi
Monuar Hussain Faruquee
Indian National Congress
Indian National Congress - Assam

06/03/2026

এচাম ভুৱা আৰু উদ্দেশ্য প্ৰনোদিত ব্যক্তিৰ দ্বাৰা প্ৰচাৰিত পুৰণা আৰু মিছা বাতৰিৰ বিৰুদ্ধে এক ধুনীয়া স্পটিকৰন দিয়াৰ বাবে MS BABU RAJA ডাঙৰীয়াক মনোৱাৰ হুছেইন ফাৰুকী ফেনক্লাবৰ তৰফৰ পৰা ধন্যবাদ জনালো।
"সত্যৰ সদায় জয়।"

Gaurav Gogoi
Pradyut Bordoloi
Monuar Hussain Faruquee

৫৫ নং ধিং বিধান সভা সমষ্টিত  AIUDF ৰ দুৰ্গ ভাঙিবলৈ শক্তিশালী ৰূপত মনোৱাৰ হুছেইন ফাৰুকী চাহাব।              Pradyut Bordo...
06/03/2026

৫৫ নং ধিং বিধান সভা সমষ্টিত AIUDF ৰ দুৰ্গ ভাঙিবলৈ শক্তিশালী ৰূপত মনোৱাৰ হুছেইন ফাৰুকী চাহাব।






Pradyut Bordoloi
Gaurav Gogoi
Monuar Hussain Faruquee

05/03/2026
05/03/2026

মনোৱাৰ হুচেইন ফাৰুকী ছাৰৰ জনপ্ৰিয়তাত ভয় খাই কিছুমান দুষ্টচক্ৰই পুৰণা এটা মিছা আৰু প্ৰমান বিহিন বাতৰি সামাজিক মাধ্যমত অপব্যৱহাৰ কৰি আছিল তাৰেই স্পষ্টীকৰণ আপোনালোকৰ মাজত দাঙি ধৰা হল।






Pradyut Bordoloi
Gaurav Gogoi
Monuar Hussain Faruquee
Rajib Saikia
Priyanka Gandhi Vadra

Address

Dhing To Nagaon Road
Nagaon
782122

Website

Alerts

Be the first to know and let us send you an email when Monuar Hussain Faruquee Fan Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category