নগাঁও লোকসভা কংগ্ৰেছ

  • Home
  • India
  • Nagaon
  • নগাঁও লোকসভা কংগ্ৰেছ

নগাঁও লোকসভা কংগ্ৰেছ শুদ্ধ চিন্তা সৎ পথ

31/03/2025

যোৱা কালি মৰিগাঁও জিলাৰ পশ্চিম মায়ংত বিজেপি দলৰ কৰ্মী কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ মন্তব্য।
Pradyut Bordoloi

মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি মাননীয় ৰমেশ বৰদলৈ ডাঙৰীয়া আৰু সাংসদ মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ উপস্থিতিত আজি মন্ত্ৰ...
21/09/2024

মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি মাননীয় ৰমেশ বৰদলৈ ডাঙৰীয়া আৰু সাংসদ মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ উপস্থিতিত আজি মন্ত্ৰী পিযূছ হাজৰিকাৰ গৃহ সমষ্টি জাগীৰোড বিধানসভা সমষ্টিত প্ৰায় পাঁচশ বিজেপি আৰু অ,গ,প, দলৰ নেতা কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।
Pradyut Bordoloi Indian National Congress - Assam Pradyut Bordoloi Ramesh Bordoloi Bhupen Borah

21/09/2024

অসমৰ বলিষ্ঠ কণ্ঠ, জেষ্ঠ কংগ্ৰেছ নেতা,অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, ৯ নং নগাঁও লোকসভা সমষ্টিৰ সাংসদ জনপ্ৰিয় নেতা মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ ধৰমতুল মণ্ডল কংগ্ৰেছ কমিটী আৰু জাগীৰোড ব্লক কংগ্ৰেছ কমিটীয়ে আয়োজন কৰা এখন দলীয় যোগদান সভাত অংশগ্ৰহন কৰি শাসকীয় বিজেপি আৰু অ,গ,প, দলৰ প্ৰায় পাঁচশ নেতা কৰ্মীক ভাৰতীয় জাতীয় কংগ্ৰেছ দললৈ আদৰণী জনায়।
Pradyut Bordoloi Indian National Congress - Assam Indian National Congress Pradyut Bordoloi

One lady TAMAM Income   ⁉️
02/09/2024

One lady TAMAM Income ⁉️

02/09/2024

বয়োজ্যেষ্ঠ সকলৰ আশীৰ্বাদে মনটোক পৱিত্ৰ আৰু সজিব কৰি তুলে।এই যোগ জয়ী সকলৰ অভিজ্ঞতাপুষ্ট কথাই মনটোক কলুষিত হোৱাৰ পৰা ৰক্ষা কৰে।
সেয়েহে মাতৃতুল্য সকলৰ চৰণ স্পৰ্শ কৰাৰ লগে লগেই মনৰ কোণত ডঃ ভূপেন হাজৰিকা দেৱৰ “আই তোক কিহেৰে পুঁজিমে” গানটো অজানিতে বাজি উঠে।
Pradyut Bordoloi

নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত জাগীৰোড বিধানসভা সমষ্টিৰ বাঘজপ মণ্ডল কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি টিকেন ডেকাৰ মৃত্যুৰ খৱ...
26/08/2024

নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত জাগীৰোড বিধানসভা সমষ্টিৰ বাঘজপ মণ্ডল কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি টিকেন ডেকাৰ মৃত্যুৰ খৱৰ লৈ পৰিয়ালবৰ্গক সমবেদনা জনায় সাংসদ মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ।
Pradyut Bordoloi

জগতৰ সৃষ্টি কৰ্তা জগতগুৰু শ্ৰী কৃষ্ণৰ শুভ জন্মাষ্টমীত আটাইকে জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।শ্ৰী কৃষ্ণৰ আশীষে...
26/08/2024

জগতৰ সৃষ্টি কৰ্তা জগতগুৰু শ্ৰী কৃষ্ণৰ শুভ জন্মাষ্টমীত আটাইকে জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।শ্ৰী কৃষ্ণৰ আশীষেৰে সুখ,শান্তিৰে সমৃদ্ধ হওঁক সকলোৰে জীৱন। Pradyut Bordoloi

26/08/2024

জগতৰ সৃষ্টি কৰ্তা জগতগুৰু শ্ৰী কৃষ্ণৰ শুভ জন্মাষ্টমীত আটাইকে জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।শ্ৰী কৃষ্ণৰ আশীষেৰে সুখ,শান্তিৰে সমৃদ্ধ হওঁক সকলোৰে জীৱন।

16/08/2024

বিশিষ্ট উপন্যাসিক, গল্পকাৰ তথা "মহাৰথী"ৰ স্ৰষ্টা চন্দ্ৰ প্ৰসাদ শইকীয়া দেৱ আমাৰ অসমীয়া সাহিত্য জগতৰ ভোটা- তৰা স্বৰূপ। এই মহান মনিষী গৰাকীৰ সাহিত্যৰাজিয়ে সদায় অসমীয়া সাহিত্যৰ ভঁৰালটোক চহকী কৰি আহিছে।আজি তেখেতৰ পবিত্ৰ সোৱঁৰণী তিথিত তেওঁক শ্ৰদ্ধাৰে সোৱঁৰিলো🙏🏻

আজি নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ ডাঙৰীয়া আৰু ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াৰ উদ্যোগত বৰঘূলী মণ...
09/07/2024

আজি নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ ডাঙৰীয়া আৰু ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াৰ উদ্যোগত বৰঘূলী মণ্ডল কংগ্ৰেছৰ সহযোগত বান সাহাৰ্য্য বিতৰণ ।

18/04/2024

Pradyut Bordoloi ৰ জয় নিশ্চিত।

Address

Nagaon
Nagaon

Telephone

+917002307977

Website

Alerts

Be the first to know and let us send you an email when নগাঁও লোকসভা কংগ্ৰেছ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share