Asom Yuba Parishad , Nagaon

Asom Yuba Parishad , Nagaon Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Asom Yuba Parishad , Nagaon, Political organisation, Nagaon.

26/03/2026
26/03/2026

মোৰ কাইলৈ দিনটোৰ কাৰ্যসূচী...

Congratulations....
23/07/2021

Congratulations....

22/12/2018

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম পুনৰ দুষ্কৃতিকাৰীৰ আক্ৰমণৰ লক্ষ্য হোৱা কাৰ্য্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো । News18 North East ৰ নগঞা সাংবাদিক নীলোৎপল বৰাক ৰূপহীৰ ফক্কৰুদ্দিনে হত্যাৰ ভাবুকি দিয়া কাৰ্য্যক আমি কঠোৰ ভাষাৰে নিন্দা কৰি আমি সাংবাদিক নীলোৎপল বৰাৰ প্ৰতি আমাৰ সহৃদয়তা প্ৰকাশ কৰিলোঁ ।

অসম যুৱ পৰিষদ
নগাঁও জিলা সমিতি

নগাঁও কাণ্ডত অভিযুক্তকেইজনৰ এজন হৈছে ৰাজীৱ চক্ৰৱৰ্তী  । পেছাত এইজন গায়ক আৰু ভাৰতীয় জনতা যুৱ মৰ্চা,নগাঁও জিলা সমিতিৰ সাংস...
24/08/2017

নগাঁও কাণ্ডত অভিযুক্তকেইজনৰ এজন হৈছে ৰাজীৱ চক্ৰৱৰ্তী । পেছাত এইজন গায়ক আৰু ভাৰতীয় জনতা যুৱ মৰ্চা,নগাঁও জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক । শিল্পীয়ে সৃষ্টি কৰে,ধ্বংস নকৰে । শিল্পী কু-মনৰ অধিকাৰী হ'ব নোৱাৰে কেতিয়াও । গতিকে আমি অসম যুৱ পৰিষদ,নগাঁও জিলা সমিতিয়ে জনাইছোঁ যে গান গাই টকা ঘটা সস্তীয়া ব্যৱসায়ীক ৰাইজে সামুহিকভাৱে বৰ্জন কৰা উচিত । কাৰণ অসমীয়া সমাজত শিল্পীৰ আদৰ আছে , কিন্তু ৰাইজৰ খাই ৰাইজক অপমান কৰা মুখা পিন্ধা ভণ্ড লোকৰ স্হান নাই ।
গতিকে ব'হাগ বিহুৰ সংগীতানুষ্ঠানৰ লগতে বছৰটোৰ আন আন সময়তো আয়োজন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনৰ ক্ষেত্ৰত অসমীয়া ৰাইজক চিৰকাললৈ এইজন তথাকথিত ব্যৱসায়ীক বয়কট কৰিবলৈ আহ্বান জনালোঁ ।

23/08/2017

ভি.ডি.অ'টোত চাওঁক ৰাইজ কিদৰে ব্যক্তিকেইজনক নিষ্ঠুৰভাৱে আক্ৰমণ কৰা হৈছে ! এইদৰেই অনা অসমীয়া ব্যৱসায়ীৰ হাতত প্ৰহৃত হৈছে বান সাহাৰ্য্যৰ বাবে যোৱা অসমীয়া ডেকা,প্ৰাক্তন আলফা সদস্য(ছালফা)..এই চৰম অপমানজনক কাণ্ড সংঘটিত হৈছে নগাঁও জিলাৰ পানীগাঁও চাৰিআলিত । দুয়োপক্ষই নিজে নিৰ্দোষী বুলি দাবী কৰিছে , কিন্তু পৰিস্থিতি সম্পৰ্কে ৰাইজ অৱগত নহয় । চি.চি. টি.ভি. ফুটেজ প্ৰত্যক্ষ কৰি আমি অসম যুৱ পৰিষদ,নগাঁও জিলা সমিতিয়ে এই নিৰ্লজ্জ কাণ্ডক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু প্ৰশাসনক সমগ্ৰ ঘটনাটোৰ উচিত নিৰপেক্ষ তদন্তৰ দাবী জনাইছোঁ । লগতে আমি এই কথাও সকিয়াই দিব খুজিছো যে ধনবল,বাহুবলেৰে আগন্তুক দিনত অসমীয়াৰ ওপৰত অনা অসমীয়াৰ এনে অত্যাচাৰ কোনো কাৰণতে সহ্য কৰা নহ'ব । আইন হাতত তুলি লোৱাৰ অধিকাৰ আইনী কৰ্তৃপক্ষৰহে আছে । গতিকে কোনোবাই বে আইনী কাম কৰিলে প্ৰশাসনৰ ওচৰ চাপিব লাগে । আইন হাতত তুলি দাদাগিৰি কৰাৰ অধিকাৰ কাৰো নাই । গতিকে আগন্তুক দিনত অসমতে থাকি অনা অসমীয়া হৈ অসমীয়া ডেকাৰ গাত হাত দিয়াৰ মৰসাহ নকৰিব ।

23/07/2017

Jai aai axom......

25/06/2017
15/02/2017

আৰম্ভ হ'ল অসমৰ বুকুত বসন্তোৎসৱৰ....গুটি সিঁচি ফাগুনৰ পৱিত্ৰ প্ৰথম বুধবাৰত মিছিং ৰাইজে হাঁহিব..নাচি নাচি মতলীয়া হ'ব...
সৃষ্টিৰ বুকুতেই যে লুকাই থাকে কৃষ্টিৰ আনন্দ...
সমূহ অসমবাসী ৰাইজলৈ মিছিং লোক-উৎসৱ আলি-আই-লৃগাঙৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ....

Address

Nagaon

Telephone

9401873028

Website

Alerts

Be the first to know and let us send you an email when Asom Yuba Parishad , Nagaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share