BJYM Kamar gaon Mandal

BJYM Kamar gaon Mandal BJYM

17/07/2026
09/07/2026
09/07/2026

জ্ঞান, চৰিত্ৰ আৰু একতাক নীতিবাক্য হিচাপে লৈ ৰাষ্ট্ৰনিৰ্মাণ, সমাজসেৱা আৰু ছাত্ৰসমাজৰ সৰ্বাঙ্গীন বিকাশৰ মহান আদৰ্শৰে অগ্ৰসৰ হোৱা ‘অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)’ৰ প্ৰতিষ্ঠা দিৱস তথা ‘ৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱস’ৰ পৱিত্ৰ ক্ষণত পৰিষদৰ প্ৰতিগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তা, সমৰ্থক আৰু দেশৰ সকলো শিক্ষাৰ্থীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।

"জ্ঞান, চৰিত্ৰ, একতা"ৰ আদৰ্শৰে উদ্বুদ্ধ হৈ এক শক্তিশালী, সজাগ আৰু সমৃদ্ধ ভাৰত গঢ়াৰ সংকল্প সদায় অটুট থাকক।

#ৰাষ্ট্ৰীয়_শিক্ষাৰ্থী_দিৱস

Akhil Bharatiya Vidyarthi Parishad (ABVP)
ABVP Assam

ভাৰতীয় জনতা পাৰ্টি কমাৰগাঁও মণ্ডলৰ উদ্যোগত সন্মানীয় মণ্ডলৰ সভাপতি ভাস্কৰজ্যোতি পাটৰ ডাঙৰীয়াৰ নেতৃত্বত  আমচৈ চাহ বাগানৰ ...
03/07/2026

ভাৰতীয় জনতা পাৰ্টি কমাৰগাঁও মণ্ডলৰ উদ্যোগত সন্মানীয় মণ্ডলৰ সভাপতি ভাস্কৰজ্যোতি পাটৰ ডাঙৰীয়াৰ নেতৃত্বত আমচৈ চাহ বাগানৰ জগন্নাথ ভৱনত দুদিনীয়াকৈ আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান ২০২৬ত এই দুদিনীয়া প্ৰশিক্ষণ মহা অভিযানত আমাক ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া,ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়া,ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সম্পাদক অভিজিত নাথ ডাঙৰীয়া নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত সন্মানীয় সভাপতি সুৱৰ্ণ সিং ডঙৰীয়া ৰাজ্যিক সদস্য সুন্দৰ শৰ্মা ডাঙৰীয়া জিলাৰ বি জে পিৰ সাধাৰন সম্পাদিকা সন্মানীয়া ৰশ্মি শৰ্মা ডাঙৰীয়ানী জিলা বি জে পিৰ সন্মানীয় সদস্য আনন্দ দেকা ডাঙৰীয়া আদি জেষ্ঠ সকলে আমাক মাগদৰ্শন আগবঢ়াই।

এই দুদিনীয়াকৈ আয়োজন কৰা মহাপ্ৰশিক্ষণ
অভিযানত ভাৰতীয় জনতা পাৰ্টিৰ বহু নজনা কথা জানিব পাৰিলো৷ জেষ্ঠ্য সকলৰ এই মাৰ্গ দৰ্শনে আমাক ভাৰতীয় জনতা পাৰ্টি কমাৰগাওঁ মণ্ডলক আগুৱাই যোৱাত সহায় কৰিব৷







ভাৰতৰ ডিজিটেল বিপ্লৱৰ ১১ বছৰ...সুলভ ইণ্টাৰনেট সেৱাৰ পৰা বিশ্বৰ আগশাৰীৰ ডিজিটেল পেমেণ্ট ব্যৱস্থালৈকে, 5G সম্প্ৰসাৰণৰ পৰা ...
02/07/2026

ভাৰতৰ ডিজিটেল বিপ্লৱৰ ১১ বছৰ...

সুলভ ইণ্টাৰনেট সেৱাৰ পৰা বিশ্বৰ আগশাৰীৰ ডিজিটেল পেমেণ্ট ব্যৱস্থালৈকে, 5G সম্প্ৰসাৰণৰ পৰা AI আৰু ছেমিকণ্ডাক্টৰ ক্ষেত্ৰৰ উত্তৰণলৈকে— ডিজিটেল ইণ্ডিয়াই ভাৰতৰ সংযোগ, উদ্ভাৱন আৰু বিকাশৰ ধৰণ সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিছে। এয়াই হৈছে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ আৰু ভবিষ্যদৰ্শী নেতৃত্বৰ ফচল।

01/07/2026

Address

Raha
Nagaon

Website

Alerts

Be the first to know and let us send you an email when BJYM Kamar gaon Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share