Musharaf Hussain Kabir Fan Club

Musharaf Hussain Kabir Fan Club Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Musharaf Hussain Kabir Fan Club, Nagaon.

ৰমজান মোবাৰক। 🤲
18/02/2026

ৰমজান মোবাৰক। 🤲

09/10/2025
12/07/2025

ভাৰতীয় নাগৰিকক বিদেশী ( বাংলাদেশীৰ) নামত কৰি অহা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত সকলোৰে বলিষ্ঠ কন্ঠ Musharaf Hussain Kabir ডাঙৰীয়াক নগাঁও আৰক্ষীয়ে আটক কৰে যদিও পৰবৰ্তী সময়ত এৰি দিবলৈ বাধ্য হয়।

10/07/2025

অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে জুৰীয়াত গৰ্জন আমছু নেতা মুছাৰফ হুছেইন কবিৰৰ ।

আজি বিশ্ব ভলীবল দিৱসৰ দিনা ধিংগাৱৰ বিট্টু ভলীবল একাডেমীৰ নিমন্ত্ৰণ ৰখা কৰি আমছু নেতা মুছাৰফ হুছেইন কবিৰ ডাঙৰীয়া  উপস্থি...
07/07/2025

আজি বিশ্ব ভলীবল দিৱসৰ দিনা ধিংগাৱৰ বিট্টু ভলীবল একাডেমীৰ নিমন্ত্ৰণ ৰখা কৰি আমছু নেতা মুছাৰফ হুছেইন কবিৰ ডাঙৰীয়া উপস্থিত হৈ খেলুৱৈ সকলে খেলৰ জৰিয়তে কেনেকৈ আগবাঢ়ি যাব পাৰে তাৰ বিষয়ে আলোচনা কৰাৰ লগতে। বিট্টু ভলীবল একাডেমীৰ প্ৰশিক্ষক Sayeed Zaman Khan ডাঙৰীয়াৰ প্ৰচেষ্টাক আন্তৰিকতাৰে ধন্যবাদ জনাইছে মুছাৰফ হুছেইন কবিৰ ডাঙৰীয়াই।

11/06/2025

*বিদেশীৰ নামত স্বদেশীক অত্যাচাৰ কৰা সহ্য কৰা নহ'ব*
আজি গুৱাহাটীত সংখ্যালঘু সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমছুৰ উপ সভাপতি মুশ্বাৰফ হুছেইন কবিৰ ডাঙৰীয়াৰ গৰ্জন।

জুৰীয়াৰ এডুকেয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল "শুভ উদ্বোধনী" অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে আমছুৰ উপ-সভাপতি...
05/06/2025

জুৰীয়াৰ এডুকেয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল "শুভ উদ্বোধনী" অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে আমছুৰ উপ-সভাপতি মুছাৰফ হুছেইন কবিৰ ডাঙৰীয়া।

Address

Nagaon

Telephone

+917002752163

Website

Alerts

Be the first to know and let us send you an email when Musharaf Hussain Kabir Fan Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Musharaf Hussain Kabir Fan Club:

Share