OBC morcha danduwa bhurbandha morcha

OBC morcha danduwa bhurbandha morcha Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from OBC morcha danduwa bhurbandha morcha, Political Party, Morigaon.

22/01/2026
18/01/2026

মাননীয় শ্রীনৰেন্দ্র মোদী ডাঙৰীয়াৰ কাজিৰঙাৰ প্ৰতি থকা ভালপোৱা সৰ্বজনবিদিত। আজি তেখেতে বিশ্ব ঐতিহ্য ক্ষেত্ৰক নতুন বিকাশৰ বাটেৰে আগুৱাই অভিলাষী এলিভেটেড কৰিড'ৰৰ ভূমি পূজন কৰিব। এই নৱ আন্ত:গাঁথনিয়ে প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ লগতে দ্ৰুত যোগাযোগ ব্যৱস্থা সুনিশ্চিত কৰিব।

কৃতজ্ঞতা🙏

Adarniya Narendra Modi ji's love for Kaziranga is well known. Today, he will perform the bhoomi pujan of the ambitious elevated corridor over the World Heritage Site which will go a long way in protecting nature and wildlife whilst providing faster connectivity.

Gratitude🙏

17/01/2026

জাগীৰোড— উদ্যোগ, উদ্ভাৱনৰ নতুন কেন্দ্ৰ...

৫,৯২৩ কোটি টকা বিনিয়োগেৰে আধুনিক আন্তঃগাঁথনি, ভৱন, ব্যৱসায়িক ক্ষেত্ৰৰে জাগীৰোডক সংহত ছেটেলাইট টাউনশ্বিপৰূপে গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। উত্তৰ-পূবৰ এক নতুন ঔদ্যোগিক প্ৰাণকেন্দ্ৰৰূপে জাগীৰোড সংহত ছেটেলাইট টাউনশ্বিপে উদ্যোগ আৰু উদ্ভাৱনী ক্ষেত্ৰত এক নতুন বিকাশৰ ধাৰাৰ সূচনা কৰিব।

03/01/2026

Address

Morigaon

Website

Alerts

Be the first to know and let us send you an email when OBC morcha danduwa bhurbandha morcha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share