22/11/2024
প্ৰতি ,
আপোনালোক সকলোকে শ্ৰদ্ধা সহকাৰে জনাইছো যে অহাকালি ২৩ নবেম্বৰ তাৰিখে পুৱা ১০ বজাত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা তৰুণ গগৈ দেৱৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে গৌৰৱ গগৈ ফেন ক্লাৱ অসমৰ উদ্যোগত মৰিগাঁ জিলা সমিতিৰ সহযোগত প্ৰয়াত নেতাগৰাকীক মৰিগাঁও বিহুতলীত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ৰোগী সকলৰ মাজত ফল - মুল বিতৰণ কৰা হব উক্ত অনুষ্ঠানত আপোনালোকৰ উপস্থিতি সাদৰেৰে কামনা কৰা হল ।
ধন্যবাদেৰে ।
জোনাক কুমাৰ নাথ
সভাপতি
গৌৰৱ গগৈ ফেনক্লাব
মৰিগাঁও জিলা ।