All Tiwa Students' Union _ সদৌ তিৱা ছাত্ৰ সন্থা

  • Home
  • India
  • Morigaon
  • All Tiwa Students' Union _ সদৌ তিৱা ছাত্ৰ সন্থা

All Tiwa Students' Union _ সদৌ তিৱা ছাত্ৰ সন্থা All Tiwa Students' Union (ATSU)
HQ: Ganesh Chandra Senapati Bhawan, Morigaon (Assam)

আজি হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। তলত দিয়া লিংক সমূহ দিয়া হৈছে।
22/05/2023

আজি হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। তলত দিয়া লিংক সমূহ দিয়া হৈছে।

জোনমণি ৰাভাক ন্যায় দিয়ক। জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত থকাসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ দাবী: সদৌ তিৱা ছাত্ৰ ...
22/05/2023

জোনমণি ৰাভাক ন্যায় দিয়ক। জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত থকাসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ দাবী: সদৌ তিৱা ছাত্ৰ সন্থা।

জোনমণি ৰাভাক ন্যায় দিয়ক। উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰক।সদৌ তিৱা ছাত্ৰ সন্থা জিন্দাবাদ।
22/05/2023

জোনমণি ৰাভাক ন্যায় দিয়ক। উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰক।

সদৌ তিৱা ছাত্ৰ সন্থা জিন্দাবাদ।

পূৱ কাৰ্বি আংলং জিলাৰ অন্তৰ্গত হাওৰাঘাটৰ হাতীপাৰাৰ নৱম বাৰ্ষিক "ফলখুচি খাম" অনুষ্ঠানত  অংশগ্ৰহণ কৰিবলৈ যোৱা পথত সদৌ তিৱা...
06/05/2023

পূৱ কাৰ্বি আংলং জিলাৰ অন্তৰ্গত হাওৰাঘাটৰ হাতীপাৰাৰ নৱম বাৰ্ষিক "ফলখুচি খাম" অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা পথত সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চেনিৰাম মালাং, সহকাৰী সাধাৰণ সম্পাদক প্ৰমোদ ছাগ্ৰা, সহকাৰী সাংগঠনিক সম্পাদক দীপক মাদাৰ।

আজি গুৱাহাটী বিশ্ববিদ্যালয়ত 'হেমকোষ'ৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক তিৰোভাব তিথিৰ পবিত্ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদ...
01/05/2023

আজি গুৱাহাটী বিশ্ববিদ্যালয়ত 'হেমকোষ'ৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক তিৰোভাব তিথিৰ পবিত্ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ তিৱা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি Cheniram Malang, কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক Pramod Sagra, কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদিকা Dayali Deuri, কেন্দ্ৰীয় সদস্য Dipankar Maslai, মৰিগাঁও জিলা তিৱা ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰদলৈ উপস্থিত থাকে।

সদৌ তিৱা ছাত্ৰ সন্থা খামাৰফা শাখা সমিতি আৰু খামাৰফা পান্থাই খেল'ৰ উদ্যোগত পশ্চিম কাৰ্বি আংলং জিলাৰ খামাৰফা গাঁৱৰ খেলপথাৰ...
21/04/2023

সদৌ তিৱা ছাত্ৰ সন্থা খামাৰফা শাখা সমিতি আৰু খামাৰফা পান্থাই খেল'ৰ উদ্যোগত পশ্চিম কাৰ্বি আংলং জিলাৰ খামাৰফা গাঁৱৰ খেলপথাৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ২৫, এপ্ৰিল, ২০২৩ তাৰিখে 'পিছাক পিছু' উদযাপন কৰিছে। গতিকে সকলোৱে দলে বলে যোগদান কৰিব।

সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সক্ৰিয় কৰ্মী কালিৰাম হুগাইৰ বিয়োগ, জাতিটোৰ বাবে শোকৰ খবৰ। তেওঁ জীৱিত কালত জাতিটোৰ বাবে যি...
21/04/2023

সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সক্ৰিয় কৰ্মী কালিৰাম হুগাইৰ বিয়োগ, জাতিটোৰ বাবে শোকৰ খবৰ। তেওঁ জীৱিত কালত জাতিটোৰ বাবে যি ত্যাগ স্বীকাৰ কৰিছিল, জাতিটোয়ে তেওঁক সদায় মনত ৰাখিব লাগিব। সন্থাৰ লগতে জাতিটোক মধ্য অসমত প্ৰতিষ্ঠা কৰাৰ বাবে যি সংগ্ৰাম চলিছিল সেই সংগ্ৰামত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি সমূহ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ অশ্ৰুশ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।

সদৌ তিৱা ছাত্ৰ সন্থা জিন্দাবাদ

সদৌ তিৱা ছাত্ৰ সন্থা খামাৰফা শাখা সমিতি আৰু খামাৰফা পান্থাই খেলৰ উদ্যোগত তিৱা সকলৰ পিছাক পিছু পশ্চিম কাৰ্বি আংলং জিলাৰ খ...
16/04/2023

সদৌ তিৱা ছাত্ৰ সন্থা খামাৰফা শাখা সমিতি আৰু খামাৰফা পান্থাই খেলৰ উদ্যোগত তিৱা সকলৰ পিছাক পিছু পশ্চিম কাৰ্বি আংলং জিলাৰ খামাৰফা গাঁৱৰ খেলপথাৰত অহা ইং ২৫, এপ্ৰিল, ২০২৩ মঙ্গলবাৰে উদযাপন কৰা হ'ব। সকলোৱে অংশগ্ৰহণ কৰিব।

সকলো অসমবাসী ৰাইজলৈ সদৌ তিৱা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।
14/04/2023

সকলো অসমবাসী ৰাইজলৈ সদৌ তিৱা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।

Address

Ganesh Chandra Senapati Bhawan, Kachari Road, Ward No. 6, Morigaon
Morigaon
782105

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Telephone

+918822733833

Website

Alerts

Be the first to know and let us send you an email when All Tiwa Students' Union _ সদৌ তিৱা ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to All Tiwa Students' Union _ সদৌ তিৱা ছাত্ৰ সন্থা:

Share

Category