Mahila Morcha BJP Morigaon District

Mahila Morcha BJP Morigaon District Official Facebook Account of BJP Mahila Morcha Morigaon District.

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম প্ৰিয় শিষ্য 'বঢ়াৰ পো' মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদ...
01/06/2026

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম প্ৰিয় শিষ্য 'বঢ়াৰ পো' মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত জনাইছোঁ।

গুৰুজনাৰ দৰ্শন, আদৰ্শ, অমৃত সৃষ্টি আৰু ধৰ্মৰ বাণীয়ে অসমীয়া জাতিক চিৰকাল সমৃদ্ধ কৰি ৰখাৰ লগতে যুগে যুগে পথ দেখাই থাকিব।
BJP Mahila Morcha Assam Pradesh
BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
Nilima Devi

ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৪ সংখ্যক 'মন-কী-বাত' অনুষ্ঠান সকলোৱে নিজৰ নিজৰ বুথত শ্ৰৱণ ক...
30/05/2026

ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৪ সংখ্যক 'মন-কী-বাত' অনুষ্ঠান সকলোৱে নিজৰ নিজৰ বুথত শ্ৰৱণ কৰোঁ আহক...

26/05/2026
আজি ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা কাৰ্যালয়ত জিলা সভাপতি শ্ৰীযুত ৰাম প্ৰসাদ সৰকাৰ ডাঙৰীয়া, জিলা প্ৰভাৰী শ্ৰীযুত প্ৰ...
25/05/2026

আজি ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা কাৰ্যালয়ত জিলা সভাপতি শ্ৰীযুত ৰাম প্ৰসাদ সৰকাৰ ডাঙৰীয়া, জিলা প্ৰভাৰী শ্ৰীযুত প্ৰণৱ জ্যোতি লহকৰ ডাঙৰীয়া, জিলা সাধাৰণ সম্পাদকদ্বয় শ্ৰীযুত নিৰ্মল কোঁৱৰ ডাঙৰীয়া আৰু শ্ৰীযুত জিতুমণি পাঠক ডাঙৰীয়া, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী শ্ৰী যুতা নিভা ভৰালী বৰা ডাঙৰীয়ানী,জিলা বিষয়ববীয়া সকল আৰু মৰ্চাসমূহৰ জিলা সভাপতি সকলৰ উপস্থিতিত এখনি বিশেষ বিষয়ববীয়া সভা অনুষ্ঠিত কৰা হয়।

উক্ত বিষয়ববীয়া সভাত সাংগঠনিক বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ লগতে বিগত বিধানসভা নিৰ্বাচনৰ পৰ্যালোচনা আৰু আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি গ্ৰহণ কৰিবলগীয়া দলীয় কাৰ্যসূচীসমূহৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়।
BJP Assam Pradesh
BJP Mahila Morcha Assam Pradesh
BJP Morigaon District
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
Ramakanta Dewri
Nilima Devi
Ram Prasad Sarkar

ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী তথা মংগলদৈ সমষ্টিৰ বিধায়িকা শ্ৰীমতী নীলিমা দেৱী ডাঙৰীয়ানীক জন্ম...
25/05/2026

ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী তথা মংগলদৈ সমষ্টিৰ বিধায়িকা শ্ৰীমতী নীলিমা দেৱী ডাঙৰীয়ানীক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।ঈশ্বৰে আপোনাক সদায় সুস্বাস্থ্য, সুখ-শান্তি আৰু দীঘায়ুৰে আশীৰ্বাদ কৰক। আপোনাৰ শক্তিশালী নেতৃত্ব, নিষ্ঠা আৰু সমাজসেৱামূলক চিন্তাধাৰা আমাৰ সকলোৰে বাবে সদায় অনুপ্ৰেৰণা হৈ থাকক।আগন্তুক দিনবোৰ অধিক সফলতা আৰু গৌৰৱেৰে ভৰি পৰক এইয়াই আন্তৰিক কামনা।
BJP Assam Pradesh
BJP Mahila Morcha Assam Pradesh
BJP Morigaon District
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika

মৰিগাঁও বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰা ৰমাকান্ত দেউৰী ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন...
21/05/2026

মৰিগাঁও বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰা ৰমাকান্ত দেউৰী ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

জনসাধাৰণৰ অগাধ বিশ্বাস, আপোনাৰ নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু উন্নয়নমুখী চিন্তাধাৰাৰ ফলতেই পুনৰায় এই গৌৰৱময় দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে। আপোনাৰ নেতৃত্বত মৰিগাঁও সমষ্টিয়ে উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ নতুন দিশ লাভ কৰিব বুলি দৃঢ় বিশ্বাস ব্যক্ত কৰিছোঁ।

আগন্তুক দিনসমূহতেও আপুনি জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰি সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ কল্যাণৰ বাবে সদায় নিষ্ঠাৰে কাম কৰি যাব এইয়াই আমাৰ আন্তৰিক কামনা। ঈশ্বৰে আপোনাক সুস্বাস্থ্য, শক্তি আৰু দীঘলীয়া সফল ৰাজনৈতিক জীৱন দান কৰক। পুনৰায় আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।
BJP Assam Pradesh
BJP Mahila Morcha Assam Pradesh
BJP Morigaon District
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
Ramakanta Dewri
Ram Prasad Sarkar

জাগীৰোড বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক হিচাপে পুনৰায় শপত গ্ৰহণ কৰা সন্মানীয় শ্ৰী যুত পীযুষ হাজৰিকা ডাঙৰীয়ালৈ আন্তৰি...
21/05/2026

জাগীৰোড বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক হিচাপে পুনৰায় শপত গ্ৰহণ কৰা সন্মানীয় শ্ৰী যুত পীযুষ হাজৰিকা ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আপোনাৰ নিষ্ঠা, জনসেৱাৰ মানসিকতা আৰু উন্নয়নৰ প্ৰতি দৃঢ় সংকল্পই জাগীৰোড সমষ্টিৰ জনসাধাৰণৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। আপোনাৰ নেতৃত্বত সমষ্টিটোৱে উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ নতুন দিশ লাভ কৰিব বুলি দৃঢ় বিশ্বাস ব্যক্ত কৰিছোঁ।

আগন্তুক দিনসমূহতেও আপুনি জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰি সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰি যাব এইয়াই আমাৰ আন্তৰিক কামনা। ঈশ্বৰে আপোনাক সুস্বাস্থ্য, শক্তি আৰু দীঘলীয়া সফল ৰাজনৈতিক জীৱন দান কৰক।
BJP Assam Pradesh
BJP Mahila Morcha Assam Pradesh
BJP Morigaon District
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ সন্মানীয়া সভানেত্ৰী আৰু মঙলদৈ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়িকা শ্ৰী যুতা নীলিমা ...
21/05/2026

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ সন্মানীয়া সভানেত্ৰী আৰু মঙলদৈ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়িকা শ্ৰী যুতা নীলিমা দিৱী ডাঙৰীয়ানীক শপত গ্ৰহণ কৰাৰ শুভক্ষণত মৰিগাঁও জিলা মহিলা মৰ্চাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।

আপোনাৰ এই ঐতিহাসিক সফলতা কেৱল মঙলদৈবাসীৰ গৌৰৱৰ বিষয় নহয়, ই সমগ্ৰ অসমৰ মহিলা শক্তিৰ বাবে এক অনুপ্ৰেৰণাৰ প্ৰতীক। দীৰ্ঘদিন ধৰি দল আৰু সমাজৰ বাবে নিষ্ঠা, পৰিশ্ৰম আৰু আত্মনিবেদনেৰে আগবঢ়াই নিয়া আপোনাৰ ৰাজনৈতিক যাত্ৰাই আজিৰ এই সন্মানজনক স্থান লাভ কৰিছে।

আপোনাৰ দূৰদৰ্শী নেতৃত্বত মঙলদৈ সমষ্টিয়ে উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ নতুন দিশ লাভ কৰিব বুলি দৃঢ় বিশ্বাস ব্যক্ত কৰিছোঁ। জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰি সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ কল্যাণৰ বাবে আপুনি সদায় নিষ্ঠাৰে কাম কৰি যাব এইয়াই আমাৰ আন্তৰিক কামনা।

ঈশ্বৰে আপোনাক সুস্বাস্থ্য, শক্তি আৰু দীঘলীয়া সফল ৰাজনৈতিক জীৱন দান কৰক। পুনৰায় আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
BJP Assam Pradesh
BJP Mahila Morcha Assam Pradesh
BJP Morigaon District
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
Nilima Devi

Address

Morigaon
782412

Website

Alerts

Be the first to know and let us send you an email when Mahila Morcha BJP Morigaon District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share