লাহৰীঘাট আঞ্চলিক আমছু ,লাহৰীঘাট

  • Home
  • India
  • Morigaon
  • লাহৰীঘাট আঞ্চলিক আমছু ,লাহৰীঘাট

লাহৰীঘাট আঞ্চলিক আমছু ,লাহৰীঘাট লাহৰীঘাট আঞ্চলিক সমিতিৰ(আমছু)বিভিন্ন কাৰ্যসূচী প্ৰচাৰ কৰা হয়।
''ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা ''

আজি ইং- 31 মাৰ্চ 2026 তাৰিখে আমছু ৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা সমিতিৰ সহযোগত মৰিগাঁও জিলাৰ জাগীৰোডৰ ঘুনু...
31/03/2026

আজি ইং- 31 মাৰ্চ 2026 তাৰিখে আমছু ৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা সমিতিৰ সহযোগত মৰিগাঁও জিলাৰ জাগীৰোডৰ ঘুনুচাহাবি খেলপথাৰত অনুষ্ঠিত হোৱা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু ৰ 47 তম্ প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠান ৰ কিছু আলোকচিত্ৰ স্মৃতি ৰক্ষাৰ্থে..............
Kuddus Ali Sarkar, General Secretary of AAMSU Md Imtiaz Hussain, President of AAMSU Minnatul Islam, General Secretary AAMSU

21/03/2026

Celebrating my 6th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

21/03/2026

Eid Mubarak

07/03/2026
লাহৰিঘাট আঞ্চলিক আমছুৰ উদ্যোগত সমূহীয়া দোৱা ও ইফতাৰ অনুষ্ঠানৰ দৃশ্য।
05/03/2026

লাহৰিঘাট আঞ্চলিক আমছুৰ উদ্যোগত সমূহীয়া দোৱা ও ইফতাৰ অনুষ্ঠানৰ দৃশ্য।

11/02/2026

07/02/2026

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ কেন্দ্রীয় সমিতিৰ উদ্যোগত SR(Special Revision) ত ব্যাপক বিসংগতি আৰু চৰকাৰৰ ষড়যন্ত্ৰ,বিদেশী আইন পুনৰীক্ষণ আৰু সাম্প্রদায়িক বিয়বাস্প বিয়পোৱা ঘৃণামূলক বক্তব্যৰ বিৰুদ্ধে গুৱাহাটী চচলত আয়োজিত ০২ ঘণ্টীয়া অবস্থান ধর্মঘট কাৰ্যসূচী দৃশ্য।

07/02/2026

আজি ইং ০৭-০২-২৬ তাৰিখে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ কেন্দ্রীয় সমিতিৰ উদ্যোগত SR(Special Revision) ত ব্যাপক বিসংগতি আৰু চৰকাৰৰ ষড়যন্ত্ৰ,বিদেশী আইন পুনৰীক্ষণ আৰু সাম্প্রদায়িক বিয়বাস্প বিয়পোৱা ঘৃণামূলক বক্তব্যৰ বিৰুদ্ধে গুৱাহাটী চচলত আয়োজিত ০২ ঘণ্টীয়া অবস্থান ধর্মঘট কাৰ্যসূচী দৃশ্য।

🎉 Just completed level 3 and I'm so excited to continue growing as a creator on Facebook!
02/02/2026

🎉 Just completed level 3 and I'm so excited to continue growing as a creator on Facebook!

Happy Republic Day 🌞😊😊🌅  #লাহৰিঘাটআঞ্চলিকসমিতিআমছু
26/01/2026

Happy Republic Day 🌞😊😊🌅
#লাহৰিঘাটআঞ্চলিকসমিতিআমছু

21/01/2026

Address

Morigaon

Website

Alerts

Be the first to know and let us send you an email when লাহৰীঘাট আঞ্চলিক আমছু ,লাহৰীঘাট posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category