Geographers Enclave Alumni Association

Geographers Enclave Alumni Association সুস্থ পৃথিৱী গঢ়ি তোলাৰ প্ৰয়াস

আজি, ০৯-০৮-২০২৬বানপীড়িতৰ কাষত এদিন 📍লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়
09/08/2026

আজি, ০৯-০৮-২০২৬
বানপীড়িতৰ কাষত এদিন

📍লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়

হে পৰম সুহৃদ তথা মানৱদৰদী সতীৰ্থ,উজনি অসমত অতৰ্কিতে হোৱা ভয়াবহ বানৰ কবলত পৰি বহু পৰিয়ালে বৰ্তমানেও দুর্বিসহ জীৱন যাপন কৰ...
24/07/2026

হে পৰম সুহৃদ তথা মানৱদৰদী সতীৰ্থ,

উজনি অসমত অতৰ্কিতে হোৱা ভয়াবহ বানৰ কবলত পৰি বহু পৰিয়ালে বৰ্তমানেও দুর্বিসহ জীৱন যাপন কৰিবলগীয়া হৈছে। এই দুৰ্যোগৰ সময়ত বানপীড়িত ৰাইজৰ কাষত থিয় দি তেওঁলোকক অলপ সকাহ দিয়া আমাৰ নৈতিক ও সামাজিক দায়িত্ব।

মৰাণ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অনুষ্ঠান "জিঅ'গ্ৰাফাৰচ এনক্লেভ এলুমিনি এছ'ছিয়েশ্বন”-ৰ তৰফৰ পৰা বানপীড়িত ৰাইজৰ মাজত জৰুৰী সাহায্য প্ৰদানৰ এক প্রচেষ্টা হাতত লোৱা হৈছে। এইক্ষেত্ৰত সহায়ক হোৱাকৈ সাধ্যানুসাৰে আপোনালোকৰ তৰফৰ পৰা সহায় ভিক্ষা কৰিছোঁ।

এই কাৰ্যসূচীৰ অধীনত অন্ন, বস্ত্ৰ আৰু স্বাস্থ্যৰ সজাগতা তথা প্ৰাথমিক চিকিৎসা সামগ্ৰী বিতৰণ কৰা হ'ব।

উক্ত মানৱীয় কাৰ্যসূচী সফল কৰাৰ বাবে আপোনালোকৰ আৰ্থিক সাহাৰ্য্য তথা সহায় সহযোগিতা কামনা কৰিলোঁ ।

অন্ন সাহায্য - খাদ্য সামগ্ৰী , খোৱাপানী , শিশুৰ খাদ্য
বস্ত্ৰ সাহায্য - ব্যৱহাৰযোগ্য বস্ত্ৰ বিতৰণ
স্বাস্থ্য সাহায্য - প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰয়োজনীয় দৰৱ , ছেনিটেৰী পেড , ORSL , পানী বিশুদ্ধকৰন ব্যৱস্থা

- Geographers Enclave Alumni Association
Geography Dept . , Moran College

Contact us On - Instagram And Facebook

মৰাণ মহাবিদ্যালয়ৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত অধ্যক্ষা শ্ৰীযুতা ৰাণুমণি বৰুৱা বাইদেউ আৰু উপাধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা ভূগ...
02/05/2026

মৰাণ মহাবিদ্যালয়ৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত অধ্যক্ষা শ্ৰীযুতা ৰাণুমণি বৰুৱা বাইদেউ আৰু উপাধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ৰাজীৱ হাজৰিকা ছাৰক ভূগোল বিভাগৰ প্ৰাক্তন সতীৰ্থ সকলৰ অনুষ্ঠান "জিঅগ্ৰাফাৰ্চ এনক্লেভ এলোমিনি এছচিয়েছন "ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শ্ৰদ্ধা জ্ঞাপন কৰোঁ। অনাগত দিনবোৰত তেওঁলোকৰ পাৰদৰ্শী নেতৃত্বত মহাবিদ্যালয়খনে সৰ্বাংগীন উৎকৰ্ষ সাধিব বুলি দৃঢ়বিশ্বাসী।


Address

Moran College
Moranhat

Website

Alerts

Be the first to know and let us send you an email when Geographers Enclave Alumni Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share