Tilakgaon YOUTH Congress

Tilakgaon YOUTH Congress Be a part of Indian Youth Congress

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰবীন নেতা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ  #ভূমীধৰ_বৰ্মন ছাৰৰ বিয়োগে আমাক অতিকৈ মৰ্মাহত ক...
18/04/2021

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰবীন নেতা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ #ভূমীধৰ_বৰ্মন ছাৰৰ বিয়োগে আমাক অতিকৈ মৰ্মাহত কৰিলে | তেখেতৰ বিয়োগে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ অপূৰণীয় ক্ষতি কৰিলে !! #তিলকগাওঁ_মন্ডল_যুৱ_কংগ্ৰেছৰ তৰফৰ পৰা তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছো লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো !!

আজি তিলকগাওঁ যুৱ কংগ্ৰেছৰ মিটিং পৰিচালনাৰ সময়ত
12/03/2021

আজি তিলকগাওঁ যুৱ কংগ্ৰেছৰ মিটিং পৰিচালনাৰ সময়ত

05/03/2021
" #আজি_ভাৰতীয়_জাতীয়_কংগ্ৰেছ দলৰ ১৩৬ তম প্ৰতিষ্ঠা দিৱসত সকলো কংগ্ৰেছ কৰ্মী তথা কংগ্ৰেছ প্ৰেমী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ...
28/12/2020

" #আজি_ভাৰতীয়_জাতীয়_কংগ্ৰেছ দলৰ ১৩৬ তম প্ৰতিষ্ঠা দিৱসত সকলো কংগ্ৰেছ কৰ্মী তথা কংগ্ৰেছ প্ৰেমী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ  ব্যৰ্থ | যোৱাকালি বাংগালোৰত সংগঠিত কৰা এই অমানৱীয় কাৰ্...
17/12/2020

মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ | যোৱাকালি বাংগালোৰত সংগঠিত কৰা এই অমানৱীয় কাৰ্যক #তিলকগাওঁ_যুৱ_কংগ্ৰেছৰ তৰফৰ পৰা কঠোৰ ভাষাৰে গৰিহণা জনাইছো ......লগতে সেই দুষ্কাৰ্যত জড়িত থকা পাষণ্ডুবোৰক অনতি পলমে বিচাৰি উলিয়াই ফাঁচী দিবলৈ দাবী জনালো

02/12/2020

সমুহ অসমবাসীলৈ (চুকাফা দিৱস) অসম দিৱসৰ হিয়া ভৰা শুভেচ্ছা আৰু ওলগ যাচিলো !!

23/11/2020

শ্ৰদ্ধাৰ তৰুণ গগৈ দেৱে আজি আমাৰ মাজৰ পৰা চিৰ বিদায় ললে !!
তেখেতলৈ তিলকগাওঁ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াৰ অসুস্থতাৰ বাবে তেখেতৰ আশু আৰোগ্য কামনা কৰি  আজি তিলকগাওঁ মন্ডল যুৱ...
22/11/2020

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াৰ অসুস্থতাৰ বাবে তেখেতৰ আশু আৰোগ্য কামনা কৰি আজি তিলকগাওঁ মন্ডল যুৱ কংগ্ৰেছৰ উদ্যোগত বন্তি প্ৰজ্জলন কৰা হয় !!

21/11/2020

Tilokgaon Mandal Youth Congress welcomes you

Address

Bilaspur Market
Market

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 2pm

Telephone

+917002436998

Website

Alerts

Be the first to know and let us send you an email when Tilakgaon YOUTH Congress posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share