SSM district mm morcha BJP

SSM district mm morcha BJP This is official page for South Salmara Mankachar district ( Fekamari mondal group BJP ) 24*7 active

02/02/2026
05/11/2025

যোৱাকালি সন্ধিয়া ৭ বজাত ভাৰতীয় জনতা পাৰ্টী সংখ্যালঘু মৰ্চাৰ সকলো মন্ডলৰ সভাপতিৰ লগত এখন ভাৰ্ঢুৱেল সভাৰ আয়োজন কৰা হৈছি...
11/08/2024

যোৱাকালি সন্ধিয়া ৭ বজাত ভাৰতীয় জনতা পাৰ্টী সংখ্যালঘু মৰ্চাৰ সকলো মন্ডলৰ সভাপতিৰ লগত এখন ভাৰ্ঢুৱেল সভাৰ আয়োজন কৰা হৈছিল উক্ত সভাত স্বাধীনতা দিৱস উদযাপন উপলক্ষে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় |

Santiuse KujurBhabesh kalita ভৱেশ কলিতাSaiful IslamBJP Assam PradeshBharatiya Janata Party (BJP)BJP South SalmaraBJPZindabadSyeda Parveen MazidAshraful Alom

Congratulations Santiuse Kujur
21/07/2024

Congratulations Santiuse Kujur

এফালে ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজ বানপানীত ককবকাই আছে আনফালে সাংসদ জনে তেলেংগানা ফুৰিবলৈ গৈছে।                        📝হা...
11/07/2024

এফালে ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজ বানপানীত ককবকাই আছে আনফালে সাংসদ জনে তেলেংগানা ফুৰিবলৈ গৈছে।
📝হাইৰে কপাল
___________ - - - - - - - - - - - - - - - - ______
Indian National Congress - Assam

ভাৰতীয় জনতা পাৰ্টীৰ  কাৰ্যকৰ্তা সকলে কাৰো তলত কাম নকৰোঁ, দলৰ অনুশাসন মানি আমি সকলোৱে একেলগে কাম কৰোঁ, নিজৰ স্বাৰ্থৰ বাব...
26/02/2024

ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা সকলে কাৰো তলত কাম নকৰোঁ, দলৰ অনুশাসন মানি আমি সকলোৱে একেলগে কাম কৰোঁ, নিজৰ স্বাৰ্থৰ বাবে নকৰোঁ।
দলৰ ভেটি শক্তিশালী কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ কাম কাজৰ ওপৰত আস্থা আৰু বিস্বাস কৰি যি সকল মানুহ দলত যোগদান কৰিৱ বিছাৰে দলৰ ভোট মজবুত কৰাৰ বাবে সন্মানীয় জিলা সভাপতি পৰামৰ্শ মৰ্মে উক্ত মণ্ডলৰ মণ্ডল সভাপতিৰ নেতৃত্বত আৰু উপস্থিতত যোগদান কৰি লোৱাটো দলৰ বাবে ভাল হ'ব বুলি মোৰ দৃঢ় বিশ্বাস
কাৰণ ভাৰতীয় জনতা পাৰ্টী দল খনত নতুন, পুৰনি সকলো কাৰ্যকৰ্তাৰ সম-অধিকাৰ।যিজন কাৰ্যকৰ্তা নিষ্ঠাৰে বিনা স্বাৰ্থত দলৰ হৈ কাম কৰি সেইজনে হল দলৰ শ্ৰেষ্ঠ কাৰ্যকৰ্তা।
ভাৰত মাতা কী জয়।
BJPZindabad
Himanta Biswa SarmaBharatiya Janata Party (BJP)BJP Assam PradeshNarendra ModiJayanta MallabaruahPijush HazarikaSaiful IslamSantiuse KujurBhabesh kalita ভৱেশ কলিতাParimal SuklabaidyaBJP South SalmaraRanjeet Kumar DassSyeda Parveen MazidBJP Assam

আমাৰ চৰকাৰে কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ অনন্য সুগন্ধি আৰু এণ্টি-অক্সিডেণ্ট...
13/02/2024

আমাৰ চৰকাৰে কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ অনন্য সুগন্ধি আৰু এণ্টি-অক্সিডেণ্ট গুণাগুণৰ সৈতে, অসমৰ কাজি নেমুৱে আমাৰ স্থানীয় ৰন্ধন প্ৰণালী সমৃদ্ধ কৰিছে।

আজিৰ এই ঘোষণাই বিশ্বব্যাপী ফলৰ মানচিত্ৰত কাজি নেমুক অধিক জিলিকাই তুলিবলৈ সাজু হৈছে, যাৰ ফলত আত্মনিৰ্ভৰশীল আৰু উৎপাদনো অধিক বৃদ্ধি হ'ব।

Our Government has decided to declare Kaji Nemu (Citrus Limon) as the State Fruit of Assam. With its unique aroma & antioxidant properties, Assam lemon has enriched our local cuisines.

With today’s announcement, it is set to shine on the global fruit map, boosting self-dependency & production.
Himanta Biswa SarmaSantiuse KujurBJP Assam PradeshBharatiya Janata Party (BJP)Narendra ModiJayanta MallabaruahPijush HazarikaSaiful IslamParimal SuklabaidyaBhabesh kalita ভৱেশ কলিতাBJP South SalmaraRanjeet Kumar Dass

BJP Assam PradeshSantiuse KujurBharatiya Janata Party (BJP)Narendra ModiHimanta Biswa SarmaJayanta MallabaruahPijush Haz...
13/02/2024

BJP Assam PradeshSantiuse KujurBharatiya Janata Party (BJP)Narendra ModiHimanta Biswa SarmaJayanta MallabaruahPijush Hazarika

আজিৰ পৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা -২০২৪ত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷

আজিৰ পৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা -২০২৪ত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিল...
12/02/2024

আজিৰ পৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা -২০২৪ত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷

Address

Hatsingimari
Mankachar
783135

Website

Alerts

Be the first to know and let us send you an email when SSM district mm morcha BJP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share