29/06/2026
ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জনজাতি মৰ্চা, দক্ষিণ পূব মাজুলী মণ্ডলৰ সক্ৰিয় সদস্য বনগাঁও পঞ্চায়তৰ অন্তৰ্গত বনৰীয়া চাপৰি বগৰিগুৰি গাঁৱৰ শ্ৰীযুত প্ৰদীপ দলেৰ পেচাৰ ষ্ট্ৰ'কৰ ফলত বৰ্তমান যোৰহাটস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হয় আছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেখেতৰ ব্ৰেইন অপাৰেশ্যন অতি সোনকালে সম্পন্ন কৰাটো আৱশ্যক। এই চিকিৎসাৰ বাবে যথেষ্ট আৰ্থিক ব্যয়ৰ প্ৰয়োজন হৈছে, যিটো পৰিয়ালৰ পক্ষে বহন কৰাটো অত্যন্ত কঠিন হৈ পৰিছে। সেয়ে সকলো শুভাকাংক্ষী, সমাজপ্ৰেমী ব্যক্তি, সংগঠন আৰু দানশীল হৃদয়ৰ ওচৰত বিনম্ৰ আহ্বান জনাইছোঁ আপোনালোকৰ সামান্য সহায়ো এই সংকটময় সময়ত তেখেতৰ জীৱন ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। মানৱতা আৰু সহানুভূতিৰ হাত আগবঢ়াওক।
আপোনালোকৰ আন্তৰিক সহায়, শুভেচ্ছা আৰু প্ৰাৰ্থনাই শ্ৰীযুত প্ৰদীপ দলেৰ দ্ৰুত আৰোগ্য কামনাত শক্তি যোগাব।
প্ৰদিপ দলে
যোগাযোগ নং:-6003538345
গাওঁ:- বনৰীয়া চাপৰি বগৰিগুৰি গাওঁ (মাজুলী)
CMO Assam
Himanta Biswa Sarma
Dilip Saikia
Bhuban Gam
Dipak Goswami