Laluk College Student Union

  • Home
  • Laluk College Student Union

Laluk College Student Union laluk college student Union official website

World Environment Day/26
05/06/2026

World Environment Day/26

!!জয় আই অসম!!লালুক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ  তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ পৱিত্ৰ ঈদ-উল-আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপ...
27/05/2026

!!জয় আই অসম!!
লালুক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ
তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ পৱিত্ৰ ঈদ-উল-আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
ধন্যবাদ !! ❤️☺️
Laluk College Student Union
গিতু গগৈ
Md Hannan Ahmed



Laluk College Student Union 2025-2026President - Gitumoni GogoiGeneral Secretary - Abdul Hannan
09/05/2026

Laluk College Student Union 2025-2026

President - Gitumoni Gogoi
General Secretary - Abdul Hannan

Laluk College
09/05/2026

Laluk College

14/04/2026

সদৌটিলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমীয়াৰ বাপতি সাহোন এই বিহুৱে সমাজত একতাৰ এনাজৰীডাল সুদৃঢ় কৰি সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ-সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা।

*গিতু মনি গগৈ*
সভাপতি
*আব্দুল হান্নান*
সাধাৰণ সম্পাদক
লালুক মহাবিদ্যালয় ছাত্ৰ একতা সভা

গিতু গগৈ
Md Hannan Ahmed

20/03/2026

" জয় আই অসম "

ঈদ মোবাৰক🫂❣️

সমূহ অসমবাসী ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পবিত্র ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ধন্যবাদ!! 💐

আব্দুল হান্নান - সাধাৰণ সম্পাদক
লালুক মহাবিদ্যালয় ছাত্ৰ একতা সভা

Address

Laluk College

784160

Website

Alerts

Be the first to know and let us send you an email when Laluk College Student Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share