BJP Dhumerghat Mondal

BJP Dhumerghat Mondal সবকা সাথ সবকা বিকাশ । ভাৰত মাতা কি জয়

পৱিত্ৰ মা কামাখ্যা পূন্যভূমি অসমলৈ দেশৰ সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াক আান্তৰিকতাৰে আদৰিছো...
19/12/2025

পৱিত্ৰ মা কামাখ্যা পূন্যভূমি অসমলৈ দেশৰ সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াক আান্তৰিকতাৰে আদৰিছোঁ। 🙏

Narendra Modi

পাৰ্থক্য স্পষ্টনিযুক্তিৰ ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৰুজু হোৱা একাধিক গোচৰৰ বিপৰীতে আদালতত এতিয়া দুৰ্নীতিৰ গোচৰ ...
19/12/2025

পাৰ্থক্য স্পষ্ট

নিযুক্তিৰ ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৰুজু হোৱা একাধিক গোচৰৰ বিপৰীতে আদালতত এতিয়া দুৰ্নীতিৰ গোচৰ শূন্য।

পাৰ্থক্য স্পষ্ট- তেতিয়াৰ আৰু এতিয়াৰ।
19/12/2025

পাৰ্থক্য স্পষ্ট- তেতিয়াৰ আৰু এতিয়াৰ।

ভাৰতৰ স্বাধীনতাৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া অমৰ শ্বহীদ ৰাম প্ৰসাদ বিস্মিল, আছফাক উল্লা খাঁ আৰু ঠাকুৰ ৰৌচন সিঙৰ বলিদান দ...
19/12/2025

ভাৰতৰ স্বাধীনতাৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া অমৰ শ্বহীদ ৰাম প্ৰসাদ বিস্মিল, আছফাক উল্লা খাঁ আৰু ঠাকুৰ ৰৌচন সিঙৰ বলিদান দিৱসত শত কোটি প্ৰণিপাত।

 #শক্তিশালীপঞ্চায়ত  #শমৃদ্ধিশালীঅসমআগন্তুক পঞ্চাযত নিৰ্বাচনৰ লগত সংগতি ৰাখি আজি ১৬ নং গুৰিয়াধাপ জিলা পৰিষদৰ অন্তৰ্গত হাস...
22/04/2025

#শক্তিশালীপঞ্চায়ত #শমৃদ্ধিশালীঅসম

আগন্তুক পঞ্চাযত নিৰ্বাচনৰ লগত সংগতি ৰাখি আজি ১৬ নং গুৰিয়াধাপ জিলা পৰিষদৰ অন্তৰ্গত হাসডোবা-গৌৰনগৰ গাওঁ পঞ্চায়তৰ গৌৰনগৰ বজাৰত নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধনী কৰা হয় লগতে বহুতো কংগ্ৰেছ কর্মীয়ে দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিক ভাৱে যোগদান কৰে। ধুমেৰঘাট মণ্ডলৰ তৰফৰ পৰা সকলোকে দলৰ মজিয়ালৈ উষ্ম আদৰণি জনালোঁ।

উক্ত অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL) ৰ সঞ্চালক ডঃ ক্যাশপ প্ৰকাশ ডাঙৰীয়া, ধুমেৰঘাট মণ্ডলৰ সভাপতি শ্ৰী সুখিল চন্দ্ৰ দাস ডাঙৰীয়া,১৬ নং গুৰিয়াধাপ জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী শ্ৰী মেহেৰ জামাল হক ডাঙৰীয়া, হাসডোবা-গৌৰনগৰ গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ মনোনীত প্ৰাৰ্থী শ্ৰী ইছা হক আলী ডাঙৰীয়া, লগতে শ্ৰদ্ধাৰ দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে।

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

 #যোগদান_কাৰ্যসূচীআজি ১২ নং জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ১৬ নং গুৰিয়াধাপ জিলা পৰিষদৰ গোঁসাইডুবি গাঁও পঞ্চায়তৰ ধাৰাই বজাৰত ধু...
22/04/2025

#যোগদান_কাৰ্যসূচী

আজি ১২ নং জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ১৬ নং গুৰিয়াধাপ জিলা পৰিষদৰ গোঁসাইডুবি গাঁও পঞ্চায়তৰ ধাৰাই বজাৰত ধুমেৰঘাট মণ্ডলৰ উদ্যোগত আয়োজিত এক বৃহৎ যোগদান কার্যসূচী অনুষ্ঠিত কৰা হয়।

উক্ত যোগদান কার্যসূচীত ৰাইজৰ দলৰ প্ৰাক্তন যুৱনেতা শ্ৰী ফয়জাল হক ডাঙৰীয়াৰ নেতৃত্বত বহুতো কর্মীয়ে দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিক ভাৱে যোগদান কৰে। ধুমেৰঘাট মণ্ডলৰ তৰফৰ পৰা সকলোকে দলৰ মজিয়ালৈ উষ্ম আদৰণি জনালোঁ।

উক্ত যোগদান কার্যসূচীত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL) ৰ সঞ্চালক ডঃ ক্যাশপ প্ৰকাশ ডাঙৰীয়া, ধুমেৰঘাট মণ্ডলৰ সভাপতি শ্ৰী সুখিল চন্দ্ৰ দাস ডাঙৰীয়া,১৬ নং গুৰিয়াধাপ জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী শ্ৰী মেহেৰ জামাল হক ডাঙৰীয়া, লগতে শ্ৰদ্ধাৰ দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে।

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

আজি অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি ধুমেৰঘাট মণ্ডলৰ উদ্যোগত,APDCL ৰ সঞ্চালক মাননীয় Dr. Kashyap Prakash ডাঙৰীয়াৰ নেতৃ...
21/04/2025

আজি অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি ধুমেৰঘাট মণ্ডলৰ উদ্যোগত,APDCL ৰ সঞ্চালক মাননীয় Dr. Kashyap Prakash ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ প্ৰতি আকৰ্ষিত হৈ ৰাইজৰ দলৰ পৰা শতাধিক কৰ্মীলৈ ফয়জাল হক ডাঙৰীয়াই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে । ধুমেৰঘাট মণ্ডল সমিতি তৰফৰ পৰা নতুনকৈ যোগদান কৰা প্ৰতিগৰাকী ব্যক্তিক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টি দললৈ উষ্ম আদৰণি জনাইছোঁ৷ 🙏

#বিজেপি_জিন্দাবাদ
#বিজেপি_অসম

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia

 #শক্তিশালী_পঞ্চায়তীৰাজ_সমৃদ্ধিশালী_অসম সমাগত পঞ্চায়ত নির্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত এন ডি এ সমৰ্থিত সকলো প্ৰাৰ্থী...
20/04/2025

#শক্তিশালী_পঞ্চায়তীৰাজ_সমৃদ্ধিশালী_অসম
সমাগত পঞ্চায়ত নির্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত এন ডি এ সমৰ্থিত সকলো প্ৰাৰ্থীক পদুম ফুলৰ চিহ্নত আপোনালোকৰ বহুমূলীয়া ভোট দানেৰে জয়যুক্ত কৰিবলৈ অনুৰোধ জনালোঁ।

আজি জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫ নং হাসডোবা-গৌৰনগৰ গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প...
16/04/2025

আজি জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫ নং হাসডোবা-গৌৰনগৰ গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী #ইছা হক আলী ডাঙৰীয়া শালধোৱা গাওঁৰ ভোটাৰ সকলৰ ঘৰে ঘৰে গৈ মত বিনিময় কৰে। গাওঁৰ ভোটাৰ সকলে আনন্দ প্ৰকাশ কৰি আৰ্শীবাদ প্ৰদান কৰে আৰু পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সকলোকে ভোট দি বিপুল ভোটত জয়যুক্ত কৰিব বুলি কথা দিয়ে।।

আজি ভাৰতীয় জনতা পাৰ্টি ধুমেৰঘাট মণ্ডল কাৰ্য্যালয়ত ধুমেৰঘাট মণ্ডল সভাপতি শ্ৰীযুত সুখিল চন্দ্ৰ দাস ডাঙৰীয়াৰ সভাপতিত্বত আগ...
14/04/2025

আজি ভাৰতীয় জনতা পাৰ্টি ধুমেৰঘাট মণ্ডল কাৰ্য্যালয়ত ধুমেৰঘাট মণ্ডল সভাপতি শ্ৰীযুত সুখিল চন্দ্ৰ দাস ডাঙৰীয়াৰ সভাপতিত্বত আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে এখন জৰুৰী সভা অনুষ্ঠিত হয় ।
উক্ত সভাত উপস্থিত থাকে অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সদস্য শ্ৰীযুত মকিবুল হুছেইন ডাঙৰীয়া, শ্ৰীযুত ওছমান গণি ডাঙৰীয়া, লগতে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী সকল, মণ্ডলৰ বিষয় ববীয়া সকল, দলীয় কাৰ্য্য কৰ্তা সকল ।
BJP Assam Pradesh
Himanta Biswa Sarma

Address

Hashdoba
Lakhipur
783129

Alerts

Be the first to know and let us send you an email when BJP Dhumerghat Mondal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share