Ayusmita Deka.Official

Ayusmita Deka.Official Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ayusmita Deka.Official, Social service, Kamakhya.

31/05/2026
31/05/2026
27/05/2026
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত নীতিন গাডকাৰী ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ...
27/05/2026

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত নীতিন গাডকাৰী ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আপোনাৰ দূৰদৰ্শী নেতৃত্ব, কৰ্মনিষ্ঠা আৰু দেশৰ পৰিকাঠামো উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদান সদায় আমাৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব। মা কামাখ্যাৰ ওচৰত আপোনাৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সফল জীৱনৰ কামনা জনালোঁ।

Heartfelt birthday greetings to Hon’ble Union Minister for Road Transport and Highways, Shri Nitin Gadkari ji.

Your visionary leadership, dedication, and outstanding contribution to the development of the nation’s infrastructure have always been a source of inspiration. I pray to Maa Kamakhya for your good health, long life, and continued success.

Nitin Gadkari

ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নীতিন নবীন ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞা...
23/05/2026

ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নীতিন নবীন ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

আপোনাৰ শক্তিশালী নেতৃত্ব, সৰল ব্যক্তিত্ব আৰু সংগঠনৰ প্ৰতি অটল নিষ্ঠাই দলৰ কোটি কোটি কাৰ্যকৰ্তাক সদায় অনুপ্ৰাণিত কৰি আহিছে। ঈশ্বৰৰ ওচৰত আপোনাৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সফল জীৱনৰ কামনা জনালোঁ।

भारतीय जनता पार्टी के माननीय राष्ट्रीय अध्यक्ष श्री Nitin Nabin जी को जन्मदिन की हार्दिक शुभकामनाएं।

आपका समर्पित नेतृत्व, सरल व्यक्तित्व और संगठन के प्रति प्रतिबद्धता करोड़ों कार्यकर्ताओं को निरंतर प्रेरित कर रही है। ईश्वर से आपके उत्तम स्वास्थ्य, दीर्घायु एवं सफल जीवन की कामना करता हूँ।

Bharatiya Janata Party (BJP)

17/05/2026
আজি ছত্তীশগড়ৰ কবীৰধাম জিলাত অৱস্থিত ঐতিহাসিক তথা আধ্যাত্মিক আস্থাৰ প্ৰতীক ভোৰমদেৱ মন্দিৰত উপস্থিত হৈ ভগৱান ভোলেনাথৰ শ্ৰ...
17/05/2026

আজি ছত্তীশগড়ৰ কবীৰধাম জিলাত অৱস্থিত ঐতিহাসিক তথা আধ্যাত্মিক আস্থাৰ প্ৰতীক ভোৰমদেৱ মন্দিৰত উপস্থিত হৈ ভগৱান ভোলেনাথৰ শ্ৰীচৰণত পূজা-অৰ্চনা কৰাৰ সৌভাগ্য লাভ কৰিলোঁ।

জলাভিষেক কৰি সমগ্ৰ ৰাজ্যবাসীৰ সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনালোঁ। মহাদেৱৰ আশীৰ্বাদে সকলোৰে জীৱনত নতুন শক্তি, ইতিবাচকতা আৰু সফলতা কঢ়িয়াই আনক তাৰেই কামনা কৰিলোঁ।


পঞ্জাৱৰ মাননীয় ৰাজ্যপাল তথা চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক Gulab Chand Kataria ডাঙৰীয়াক সাক্ষাৎ কৰাৰ সুযোগ ল...
16/05/2026

পঞ্জাৱৰ মাননীয় ৰাজ্যপাল তথা চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক Gulab Chand Kataria ডাঙৰীয়াক সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিলোঁ।

জনসেৱা, সুশাসন, যুৱ নেতৃত্ব আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন বিষয়ত ইতিবাচক আলোচনাত মিলিত হও। তেখেতৰ অভিজ্ঞতা, স্নেহ আৰু মাৰ্গদৰ্শনে সদায়েই প্ৰেৰণা আৰু শক্তি যোগায়।

12/05/2026
জনপ্ৰিয় জননেতা ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি তথা এন.ডি.এ বিধায়িনী দলৰ নেতা ৰূপে পুনৰ নিৰ্বাচিত হো...
10/05/2026

জনপ্ৰিয় জননেতা ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি তথা এন.ডি.এ বিধায়িনী দলৰ নেতা ৰূপে পুনৰ নিৰ্বাচিত হোৱাত তেখেতলৈ আন্তৰিক অভিনন্দন আৰু অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

তেখেতৰ সুদক্ষ, দূৰদৰ্শী আৰু জনমুখী নেতৃত্বত অসমে উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ পথত এক নতুন গতি লাভ কৰিছে। শিক্ষা, স্বাস্থ্য, পৰিকাঠামো উন্নয়ন আৰু সামাজিক কল্যাণৰ বিভিন্ন ক্ষেত্ৰত তেখেতৰ নেতৃত্বত ৰাজ্যই অভূতপূৰ্ব অগ্ৰগতি সাধন কৰিছে।

মই দৃঢ় বিশ্বাস প্ৰকাশ কৰোঁ যে, তেখেতৰ বলিষ্ঠ নেতৃত্বত অসম উন্নয়ন, শান্তি আৰু জনকল্যাণৰ পথত অধিক গতিশীলভাৱে আগবাঢ়ি যাব। জনগণৰ আশা-আকাঙ্ক্ষা পূৰণৰ ক্ষেত্ৰত তেখেতৰ নেতৃত্ব সদায় সফল আৰু ফলপ্ৰসূ হওক, তাৰেই শুভকামনা জ্ঞাপন কৰিলোঁ।

Himanta Biswa Sarma

Address

Kamakhya

Website

Alerts

Be the first to know and let us send you an email when Ayusmita Deka.Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category