Debanga Sourav Gogoi দেবাংগ সৌৰভ গগৈ

  • Home
  • India
  • Teok
  • Debanga Sourav Gogoi দেবাংগ সৌৰভ গগৈ

Debanga Sourav Gogoi দেবাংগ সৌৰভ গগৈ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Debanga Sourav Gogoi দেবাংগ সৌৰভ গগৈ, Social service, Teok.

আজি ভূমি অধিকাৰৰ হকে যুঁজ দি চৰকাৰৰ ৰোষৰ বলি হোৱা সংগ্ৰামী প্ৰণৱ দলেৰ ঘৰত আমিবোৰ।
20/08/2026

আজি ভূমি অধিকাৰৰ হকে যুঁজ দি চৰকাৰৰ ৰোষৰ বলি হোৱা সংগ্ৰামী প্ৰণৱ দলেৰ ঘৰত আমিবোৰ।

সমৰ্থন থাকিল
20/08/2026

সমৰ্থন থাকিল

19/08/2026

এখেতে চৰকাৰী সাহাৰ্য্য পাব নালাগেনে?

Himanta Biswa Sarma দৃষ্টিগোচৰ কৰিলোঁ।

19/08/2026
18/08/2026

উজনিৰ বিধ্বংসী বানৰ বিভীষিকা: বিজ্ঞানসন্মত বিশ্লেষণ আৰু ভৱিষ্যদৰ্শন

সচেতন নাগৰিকৰ উদ্যোগত
'নাগৰিক সভা’

দিনাংক: ২৩ আগষ্ট, ২০২৬ (দেওবাৰ)
সময়: দিনৰ ১১:০০ বজাৰ পৰা
স্থান: এম চি ক্লাৱ, নাজিৰা

উজনি অসমৰ প্ৰলয়ংকাৰী বানৰ প্ৰকৃত কাৰণসমূহ উদঘাটন কৰা, বিজ্ঞানসন্মত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা আৰু অঞ্চলটোৰ অৰ্থনৈতিক পুনৰগঠনৰ বাবে বিষয়-বিশেষজ্ঞ, সমাজকৰ্মী আৰু সচেতন নাগৰিকসকলক একত্ৰিত কৰি এক সুচিন্তিত ভৱিষ্যদৰ্শন যুগুত কৰাৰ লক্ষ্যৰে এই নাগৰিক সভাৰ আয়োজন কৰা হৈছে।
অঞ্চলটোৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ এই গুৰুত্বপূৰ্ণ প্ৰচেষ্টাত আপোনাৰ উপস্থিতি আৰু গঠনমূলক দিহা-পৰামৰ্শ অতিকৈ প্ৰয়োজনীয়। উক্ত নাগৰিক সভালৈ সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।



উজনিৰ বিধ্বংসী বানে আমাৰ সমাজ, অৰ্থনীতি তচনচ কৰি গ'ল।আমাৰ ধাৰণা মতে এইয়া প্ৰাকৃতিক নহয়, মানৱসৃষ্ট মহাপ্ৰলয়। সেয়ে ইয়াৰ প্...
18/08/2026

উজনিৰ বিধ্বংসী বানে আমাৰ সমাজ, অৰ্থনীতি তচনচ কৰি গ'ল।

আমাৰ ধাৰণা মতে এইয়া প্ৰাকৃতিক নহয়, মানৱসৃষ্ট মহাপ্ৰলয়। সেয়ে ইয়াৰ প্ৰকৃত কাৰণ সমূহ উদ্ঘাটন কৰি প্ৰতিৰোধ গঢ়ি তোলাৰ লক্ষ্যৰে এখন নাগৰিক সভাৰ আয়োজন কৰিছোঁ। সকলোকে নিমন্ত্ৰণ জনালোঁ।

আজি বান ক্ষতিগ্ৰস্তৰ বাবে পুনৰ কিছু কঠীয়া যোগান ধৰা হয়। এতিয়াও আৰু বহু কঠীয়াৰ প্ৰয়োজন।কোনোবাই সোনকালে যোগান ধৰিব পাৰিল...
17/08/2026

আজি বান ক্ষতিগ্ৰস্তৰ বাবে পুনৰ কিছু কঠীয়া যোগান ধৰা হয়। এতিয়াও আৰু বহু কঠীয়াৰ প্ৰয়োজন।

কোনোবাই সোনকালে যোগান ধৰিব পাৰিলে জনাব ৯৮৬৪০৫৫১৪৯

আহিব।কিছু মুকলি আলোচনা। বিষয়বোৰ অসমৰ ভৱিষ্যতৰ সৈতে জড়িত।
17/08/2026

আহিব।

কিছু মুকলি আলোচনা। বিষয়বোৰ অসমৰ ভৱিষ্যতৰ সৈতে জড়িত।

Address

Teok

Telephone

+919864055149

Website

Alerts

Be the first to know and let us send you an email when Debanga Sourav Gogoi দেবাংগ সৌৰভ গগৈ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Debanga Sourav Gogoi দেবাংগ সৌৰভ গগৈ:

Shortcuts

Share

Category