The Candid Podcast

The Candid Podcast Candid Talks,Real Stories,Honest conversation on life , Feelings & experiences . For any kind of promotion call☎️ 8011306744.
(1)

https://youtu.be/63In-gpWyHs?si=UShpZaHv5vRz1CWI সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ, কিন্তু ভিডিঅ’টো YouTube লৈ গৈ চাই আহিলে...
11/06/2026

https://youtu.be/63In-gpWyHs?si=UShpZaHv5vRz1CWI

সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ, কিন্তু ভিডিঅ’টো YouTube লৈ গৈ চাই আহিলেও বহুত উপকাৰ হ’ব।”
🙏 পডকাষ্টত আলোচনা কৰিছোঁ — প্ৰেম কিয় কৰিব নালাগে, প্ৰেমৰ আঁৰৰ বাস্তৱতা, হৃদয় ভঙাৰ অভিজ্ঞতা আৰু আজিৰ যুৱ প্ৰজন্মৰ সম্পৰ্কৰ সত্য কাহিনী। ভিডিঅ'টো শেষলৈকে চাওক আৰু আপোনাৰ মতামত কমেণ্টত জনাওক।

08/06/2026

Prem kahanj part 2

05/06/2026

মই কোনো মানুহৰ বিপক্ষে নহয়, কিন্তু অন্যায়ৰ বিপক্ষে সদায় মাত মাতিম।”

02/06/2026

ড্ৰাগছ, জুৱা, তেৰ খেল আদি অসামাজিক কাৰ্যকলাপ বন্ধ নকৰালৈকে সমাজৰ উন্নতি সম্ভৱ নহয়। যিকোনো সম্প্ৰদায়ৰ হোক, এই ধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে সকলোৱে একেলগে থিয় দিব লাগিব।”

01/06/2026

আচলতে ইউনুছ তামুলী কোন?” 😱
ইউনুছ তামুলী মিঞা নেকি?

28/05/2026
25/05/2026

BJP ত join নকৰিলে মৰিবলৈও সাজু হৈ থাকক।
Bjp join or prepare to die🫣🤔 threats 😱😨

24/05/2026

এটা সুস্থ ৰাজনৈতিক ভৱিষ্যৎ গঢ়ি তুলিবলৈ বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ সচেতনতা আৰু সক্ৰিয় ভূমিকা আটাইতকৈ ডাঙৰ প্ৰয়োজন — ককৰোচ জনতা party.

Address

Guwahati
781001

Website

Alerts

Be the first to know and let us send you an email when The Candid Podcast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category