Assam Pradesh Youth Congress

Assam Pradesh Youth Congress Official page of Assam Pradesh Youth Congress.
(3)

03/06/2026

LIVE: Swearing-in Ceremony | Bengaluru, Karnataka

যোৱা ৩১মে’ ২০২৬ তাৰিখে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি হিচাপে নিযুক্তি লাভ কৰা চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ত...
03/06/2026

যোৱা ৩১মে’ ২০২৬ তাৰিখে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি হিচাপে নিযুক্তি লাভ কৰা চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইন ডাঙৰীয়াৰ নিযুক্তি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ কমিটিয়ে প্ৰাপ্ত উপ-সভাপতি নিযুক্তিত স্হগিতাদেশ জাৰী কৰিছে ।

02/06/2026

Live : Mumbai में NEET-CBSE SCAM के खिलाफ IYC अध्यक्ष उदय भानु चिब जी के नेतृत्व में युवा आक्रोश मार्च

01/06/2026

: Kolhapur में धर्मेन्द्र प्रधान की बर्खास्तगी की मांग को लेकर युवा कांग्रेस का मशाल मोर्चा।

IYC अध्यक्ष Uday Bhanu Chib, MLC Satej D. Patil ले रहे है हिस्सा।

01/06/2026

पेपर लीक के मुद्दे पर IYC अध्यक्ष उदय भानु चिब जी की प्रेस वार्ता |📍कोल्हापुर

01/06/2026

LIVE: Press briefing by Shri Pawan Khera at AICC Office, New Delhi.

31/05/2026

Live: Halla Bol - Mashal Morcha by Youth Congress in Pune.

31/05/2026

Halla Bol - Mashal Morcha by Youth Congress in Pune.

অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ নৱ-নিযুক্ত উপ-সভাপতি তথা চামগুৰি বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক Tanzil Hussain NSUI ডাঙৰ...
31/05/2026

অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ নৱ-নিযুক্ত উপ-সভাপতি তথা চামগুৰি বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক Tanzil Hussain NSUI ডাঙৰীয়ালৈ আমাৰ অযুত অভিনন্দন জ্ঞাপন কৰিছোঁ । আমাৰ আশা যুৱ কংগ্ৰেছলৈ আপোনাৰ এই পদাৰ্পণ আমাৰ বাবে সদায়ে প্ৰেৰণা হৈ ৰ’ব ।

Zubair Anam Indian Youth Congress

28/05/2026

সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পবিত্ৰ “ঈদ উল আজহা”ৰ
আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । এই পৱিত্ৰ ঈদে সকলোলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি আৰু শান্তিৰ বতৰা ।

ঈদ মোবাৰক! 🌙✨

Address

ABC, G.S.ROAD
Gauhati
781005

Website

Alerts

Be the first to know and let us send you an email when Assam Pradesh Youth Congress posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Assam Pradesh Youth Congress:

Share