Sunil Borah

Sunil Borah I strongly believe in Social activism.

16/05/2026

বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত মূৰেই দাঙিব পৰা নাই বিৰোধী । কিন্তু ব্যাপক সফলতাৰ পিছতো বহি নাথাকি পৰৱৰ্তী যুদ্ধৰ বাবে সাজু হৈছে বিজেপি ।

15/05/2026

গাহৰি মাংস বনালো । চেষ্টা মাথোঁ । চেষ্টা কৰিও ভাল লাগে । 🐖 😊

15/05/2026

অতি গুৰুত্বপূৰ্ণ ।

15/05/2026

চৰাইটোৰ নাম কি ? মাতটো ধৰিব পৰিছেনে ?

টেনশ্যনত নিজৰ দাড়ি কাটিবলৈ পাহৰি গৈছে ।
14/05/2026

টেনশ্যনত নিজৰ দাড়ি কাটিবলৈ পাহৰি গৈছে ।

শ্ৰীলংকাত হ'বলগীয়া ত্ৰিদেশীয় এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় 'এ' ক্ৰিকেট দল ঘোষণা । অধিনায়কৰ দায়িত্ব  তিলক বাৰ্মাক ।  উপ-অধি...
14/05/2026

শ্ৰীলংকাত হ'বলগীয়া ত্ৰিদেশীয় এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় 'এ' ক্ৰিকেট দল ঘোষণা । অধিনায়কৰ দায়িত্ব তিলক বাৰ্মাক । উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে ৰিয়ান পৰাগক ।
অভিনন্দন Riyan Parag Official

  চাৰি মন্ত্ৰীক বিভাগ দিয়া হ'ল । ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ লগতে শ্ৰমিক কল্যান আৰু চাহ জনজাতি -আদিবাসী কল...
14/05/2026


চাৰি মন্ত্ৰীক বিভাগ দিয়া হ'ল । ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ লগতে শ্ৰমিক কল্যান আৰু চাহ জনজাতি -আদিবাসী কল্যান বিভাগ প্ৰদান । অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ লগতে অসম চুক্তি ৰূপায়ন, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগ । চৰণ বড়োক পৰিবহণ আৰু বড়োলেণ্ড কল্যান বিভাগ । অজন্তা নেওগক মহিলা-শিশু উন্নয়নৰ লগতে পৰ্য্যটন বিভাগ দিয়া হৈছে।

এগৰাকী সাধাৰণ নাৰী হৈও অন্ধবিশ্বাসৰ যুঁজখনত অসাধাৰণভাৱে যুঁজি অসমত নজিৰ স্থাপন কৰা পদ্মশ্ৰী বিৰুৱালা ৰাভাৰ আজি পূণ্যতিথি...
13/05/2026

এগৰাকী সাধাৰণ নাৰী হৈও অন্ধবিশ্বাসৰ যুঁজখনত অসাধাৰণভাৱে যুঁজি অসমত নজিৰ স্থাপন কৰা পদ্মশ্ৰী বিৰুৱালা ৰাভাৰ আজি পূণ্যতিথি । সাহসিকতাৰ প্ৰতীক এইগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ । 🙏

12/05/2026

গুৱাহাটী এতিয়া মিনি দিল্লীলৈ পৰিণত হৈছে । VVIP ৰে ভৰি পৰিছে গুৱাহাটী ।

প্ৰকৃত তথ্য । বাকীসকলে দ্বিতীয় তালিকালৈ অপেক্ষা কৰিব লাগিব ।
11/05/2026

প্ৰকৃত তথ্য । বাকীসকলে দ্বিতীয় তালিকালৈ অপেক্ষা কৰিব লাগিব ।

11/05/2026

খানাপাৰাত শপত গ্ৰহণ অনুষ্ঠানৰ ব্যাপক আয়োজন । একেলগে তিনিটা বৃহৎ মণ্ডপত চলিছে অন্তিম প্ৰস্তুতি ।

Address

Guwahati

Telephone

+19854088807

Website

Alerts

Be the first to know and let us send you an email when Sunil Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sunil Borah:

Share

Category