Bharatiya Janata 'OBC' Morcha, Guwahati City District

Bharatiya Janata 'OBC' Morcha, Guwahati City District This is the official page of BJP OBC Morcha, Guwahati City District

Bjp Obc Morcha Assam Pradeshৰ গুৱাহাটী জিলাৰ সমূহ কাৰ্যকৰ্তাসকল আজি সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত Himanta Biswa Sarma ডা...
17/06/2026

Bjp Obc Morcha Assam Pradeshৰ গুৱাহাটী জিলাৰ সমূহ কাৰ্যকৰ্তাসকল আজি সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত Himanta Biswa Sarma ডাঙৰীয়াৰ উপস্থিতিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে গুৱাহাটীৰ শ্বহীদ উদ্যানত অনুস্থিত হোৱা প্ৰদৰ্শনী অনুস্থানত উপস্থিত থাকে।

BJP Guwahati City District
BJP Assam Pradesh

আগন্তুক দিনত সাংগঠনিক কাম কাজ তথা অহা ৪ আৰু ৫ জুলাই তাৰিখৰ পৰানাৰেঙ্গীস্থিত শংকৰদেৱ শিশু নিকেতনত "পণ্ডিত দীনদয়াল উপাধ্য...
16/06/2026

আগন্তুক দিনত সাংগঠনিক কাম কাজ তথা অহা ৪ আৰু ৫ জুলাই তাৰিখৰ পৰা
নাৰেঙ্গীস্থিত শংকৰদেৱ শিশু নিকেতনত "পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান ২০২৬"ৰ অংশস্বৰূপে এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ উপলক্ষে প্ৰাগজ্যোতিষপুৰ মণ্ডলৰ বিজেপি কাৰ্যালয়ত অনুষ্ঠানটোৰ প্ৰস্তুতি সম্পৰ্কে মণ্ডলৰ সভাপতি,বিষয়ববীয়া আৰু মৰ্চা সমুহৰ সভাপতি সকলৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত হয়।

উক্ত বৈঠকত অন্যান্য পিচপৰা শ্ৰেণী জিলা মৰ্চাৰ সন্মানীয় সভাপতি শ্ৰী Nitul Das ডাঙৰীয়াকে ধৰি দলৰ অন্যান্য গুৰুত্তপুৰ্ণ ব্যক্তিসকল তথা কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

BJP Guwahati City District
Bjp Obc Morcha Assam Pradesh
BJP Assam Pradesh

গুৱাহাটীৰ শ্বহীদ স্মাৰকত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi  ডাঙৰীয়াৰ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এখন ব...
16/06/2026

গুৱাহাটীৰ শ্বহীদ স্মাৰকত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এখন বিশেষ প্ৰদৰ্শনী অনুস্থান BJP Assam Pradesh ৰ সন্মানীয় সভাপতি শ্ৰী Dilip Saikia ডাঙৰীয়াৰ দ্বাৰা উদ্বোধন কৰা হয়।

এই প্ৰদৰ্শনীত উন্নয়ন, জনকল্যাণমূলক পদক্ষেপ আৰু শাসনৰ কৃতিত্বক উপস্থাপন কৰা হৈছে।

মাননীয় মন্ত্ৰী শ্ৰী Jayanta Mallabaruah ডাঙৰীয়াকে ধৰি অন্যান্য গণ্যমান্য ব্যক্তিসকলে এই অনুস্থানত অংশগ্ৰহণ কৰে।

অহা তিনিদিনত নাগৰিকসকলক ভ্ৰমণ কৰি এই প্ৰগতিৰ যাত্ৰা অন্বেষণ কৰিবলৈ সাদৰেৰে আমন্ত্ৰণ জনাইছো।🙏

BJP Guwahati City District
Bjp Obc Morcha Assam Pradesh

16/06/2026

গুৱাহাটীৰ শ্বহীদ স্মাৰকত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এখন বিশেষ প্ৰদৰ্শনী অনুস্থান BJP Assam Pradeshৰ সন্মানীয় সভাপতি শ্ৰী Dilip Saikia ডাঙৰীয়াৰ দ্বাৰা উদ্বোধন কৰা হয়।

এই প্ৰদৰ্শনীত উন্নয়ন, জনকল্যাণমূলক পদক্ষেপ আৰু শাসনৰ কৃতিত্বক উপস্থাপন কৰা হৈছে।

মাননীয় মন্ত্ৰী শ্ৰী Jayanta Mallabaruah ডাঙৰীয়াকে ধৰি অন্যান্য গণ্যমান্য ব্যক্তিসকলে এই অনুস্থানত অংশগ্ৰহণ কৰে।

অহা তিনিদিনত নাগৰিকসকলক ভ্ৰমণ কৰি এই প্ৰগতিৰ যাত্ৰা অন্বেষণ কৰিবলৈ সাদৰেৰে আমন্ত্ৰণ জনাইছো।🙏

BJP Guwahati City District
Bjp Obc Morcha Assam Pradesh

Bjp Obc Morcha Assam Pradeshৰ জিলা মৰ্চা আৰু জালুকবাৰী মণ্ডলৰ উদ্যোগত দশম আৰু দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱা বিদ্যাৰ্থীসকল...
15/06/2026

Bjp Obc Morcha Assam Pradeshৰ জিলা মৰ্চা আৰু জালুকবাৰী মণ্ডলৰ উদ্যোগত দশম আৰু দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱা বিদ্যাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়।

Bharatiya Janata Party (BJP)ৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ নেতৃত্বত ১২ বছৰৰ সম্পূৰ্ণ বিশ্বাস, উন্...
15/06/2026

Bharatiya Janata Party (BJP)ৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ নেতৃত্বত ১২ বছৰৰ সম্পূৰ্ণ বিশ্বাস, উন্নয়ণ আৰু জনকল্যাণৰ প্ৰতি থকা সমৰ্পণ উপলক্ষে BJP Assam Pradesh, Bjp Obc Morcha Assam Pradesh আৰু জিলা মৰ্চাৰ উমৈহতীয়া প্ৰচেষ্টাৰে এটি স্বচ্ছতা অভিযান কাৰ্যসূচী অনুস্থিত কৰা হয়।

BJP Guwahati City District

Address

Hengerabari Road
Guwahati

Telephone

+919957885652

Website

Alerts

Be the first to know and let us send you an email when Bharatiya Janata 'OBC' Morcha, Guwahati City District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share