অসম গণ পৰিষদ , জালুকবাৰী সমষ্টি

  • Home
  • India
  • Guwahati
  • অসম গণ পৰিষদ , জালুকবাৰী সমষ্টি

অসম গণ পৰিষদ , জালুকবাৰী সমষ্টি অসম গণ পৰিষদ অসমৰ জাতীয়তাবাদৰ ধ্বজাব?

25/07/2021

অসম গন পৰিষদ জালুকবাৰী বিধান পৰিষদৰ গৌৰব "মনোজ দা"
একেধাৰে দলৰ কেন্দ্ৰীয় সম্পাদক,অসম চৰকাৰৰ পশুধন নিগমৰ অধ্যক্ষ,অসম লন বল সন্থাৰ সভাপতিৰ উপৰিও অসম যুব পৰিষদৰ তত্বাৱধায়ক। তেখেতৰ সু-স্বাস্থ্যৰ কামনাৰে তেখেতলৈ জনালোঁ সশ্ৰদ্ধ শুভ কামনা।

 আজি ২৮/০২/২০২১ তাৰিখে  িষদ দলৰ  #জালুকবাৰী_বিধান_পৰিষদৰ এখনি কৰ্মী সন্মিলন উত্তৰ গুৱাহাটীত অৱস্থিত   উত্তৰ গুৱাহাটী মহা...
28/02/2021


আজি ২৮/০২/২০২১ তাৰিখে িষদ দলৰ #জালুকবাৰী_বিধান_পৰিষদৰ এখনি কৰ্মী সন্মিলন উত্তৰ গুৱাহাটীত অৱস্থিত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাঙ্গনত অনুস্থিত হয় । সমষ্টিটোৰ প্ৰায় তিনি হাজাৰ দলীয় কৰ্মীৰ উপস্থিতিৰে আৰু দলটোৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য #শ্ৰী_যুত_জয়ন্ত_কুমাৰ_নাথ দেৱৰ সভাপতিত্বত অনুস্থিত আজিৰ এই সভাত দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা অসম চৰকাৰৰ পশুধন নিগমৰ অধ্যক্ষ মাননীয় #শ্ৰী_যুত_মনোজ_শইকীয়া দেৱ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।সভাত বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা অসম চৰকাৰৰ অসম খাদী আৰু গ্ৰাম্য উদ্যোগ নিগমৰ অধ্যক্ষ মাননীয় #শ্ৰী_যুত_কমলা_কান্ত_কলিতা দেৱ আৰু কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক #শ্ৰী_যুত_সত্যব্ৰত_কলিতা দেৱ । ইয়াৰ উপৰিও দলৰ বহু কেই জন কেন্দ্ৰীয় নেতা তথা দলটোৰ যুৱ শক্তিৰ বাহু সদৃশ অসম যুৱ পৰিষদৰ বহু কেইজন কেন্দ্ৰীয় নেতা আজি এই সভাত উপস্থিত থাকে ।উক্ত সভাতেই দলটোৰ ওপৰত আস্থা ৰাখি কংগ্ৰেছ দলৰ পৰা প্ৰায় চাৰি শতাধিক লোকে অসম গণ পৰিষদ দলত যোগদান কৰে । আজিৰ এই বিশাল সভাত সমষ্টিটোৰ অন্তৰ্গত দলৰ সকলো মাননীয় সদস্যৰ উপস্থিতি আৰু উৎসাহে সমষ্টিটোত অসম গণ পৰিষদ দলৰ ভেটি আৰু অধিক সুদৃঢ় ৰূপে প্ৰতিস্থিত কৰিলে ।

#জয়তু_অসম_গণ_পৰিষদ


🙏🙏🙏🙏

25/02/2021
অহা ২৮ ফেব্ৰুৱাৰীত জালুকবাৰী বিধান পৰিষদৰ উদ্যোগত অসম গণ পৰিষদ দলৰ "কৰ্মী সন্মিলন" অনুষ্ঠিত কৰা হ'ব। সকলো ৰাইজৰ সহায়-সহয...
23/02/2021

অহা ২৮ ফেব্ৰুৱাৰীত জালুকবাৰী বিধান পৰিষদৰ উদ্যোগত অসম গণ পৰিষদ দলৰ "কৰ্মী সন্মিলন" অনুষ্ঠিত কৰা হ'ব।

সকলো ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হ'ল।

স্থান: উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰ ।

Manoj Saikia মনোজ শইকীয়া

15/02/2021
  # আজি ২৩/১২/২০২০ তাৰিখে   জালুকবাৰী বিধান পৰিষদৰ অন্তৰ্গত শিঙিমাৰী গাওঁস্থিত আলিকাষ হাইমাদ্ৰাছা বিদ্যালয়ত  িষদ দলৰ জাল...
23/12/2020

#
আজি ২৩/১২/২০২০ তাৰিখে জালুকবাৰী বিধান পৰিষদৰ অন্তৰ্গত শিঙিমাৰী গাওঁস্থিত আলিকাষ হাইমাদ্ৰাছা বিদ্যালয়ত িষদ দলৰ জালুকবাৰী বিধান পৰিষদৰ এখনি কাৰ্য্যনিৰ্বাহক সভা অনুস্থিত হয় । আজিৰ এই সভাত দলৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক মাননীয় #শ্ৰী_যুত_মনোজ_শইকীয়া দেৱে আগন্তুক দিনত দলৰ সাংগঠনিক ভেটি আৰু অধিক শক্তিশালী কৰি ৰাইজৰ সেৱাৰ হেতু কাম কৰি যাবলৈ ৰণ কৌশল প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰে । উক্ত সভাতেই দলৰ শিঙিমাৰী আঞ্চলিক মহিলা পৰিষদৰ সমিতি খন নকৈ গঠন কৰা হয় । আজিৰ এই সভাত উপস্থিত থাকে ক্ৰমে দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য শ্ৰী যুত জয়ন্ত কুমাৰ নাথ ,কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য শ্ৰী যুত গনেশ দাস ,জালুকবাৰী বিধান পৰিষদৰ সাধাৰণ সম্পাদক শ্ৰীযুত আচিক চৌধুৰী,উপ সভাপতি শ্ৰী যুত শংকৰ দাস , অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী বিশ্বজিৎ বৰুৱা, সম্পাদক শ্ৰী কমল ৰাজবংশী, সাংগঠনিক সম্পাদক শ্ৰী মাধুৰ্য্য বৰা কে আদি কৰি দলৰ সন্মানীয় বিষয়ববীয়া সকল ।

#জয়তু_অসম_গণ_পৰিষদ #
🙏🙏🙏🙏

  #যোৱা কালি২০/১২/২০২০ তাৰিখে অসম গণ পৰিষদ দলৰ জালুকবাৰী বিধান পৰিষদৰ অন্তৰ্গত মধ্য শুৱালকুছি আঞ্চলিক পৰিষদৰ এখনি কাৰ্য্...
21/12/2020

#
যোৱা কালি২০/১২/২০২০ তাৰিখে অসম গণ পৰিষদ দলৰ জালুকবাৰী বিধান পৰিষদৰ অন্তৰ্গত মধ্য শুৱালকুছি আঞ্চলিক পৰিষদৰ এখনি কাৰ্য্যনিৰ্বাহক সভা অনুস্থিত হয় । দলৰ স্থানীয় নেতা শ্ৰী যুত বিপুল কলিতা দেৱৰ সভাপতিত্বত অনুস্থিত আজিৰ সভাত দলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্য শ্ৰীযুত জয়ন্ত কুমাৰ নাথ ,অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শ্ৰী মাধুৰ্য্য বৰা আৰু জালুকবাৰী বিধান পৰিষদৰ সাধাৰণ সম্পাদক মঃ আচিক চৌধুৰী দেৱে উপস্থিত থাকি দলৰ সাংগাঠনিক ভেটি সুদৃঢ় কৰি আঞ্চলিকতাবাদী শক্তিক আগবঢ়াই নিবলৈ সকলো সদস্যকে একক ভাৱে কাম কৰি যাবলৈ আহ্বান জনাই নিজৰ মতপোষন কৰে ।

🙏🙏🙏 #জয়তু_অসম_গণ_পৰিষদ🙏🙏🙏

Address

Jalukbari
Guwahati

Website

Alerts

Be the first to know and let us send you an email when অসম গণ পৰিষদ , জালুকবাৰী সমষ্টি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share