Aai Axomi Civil Society/ আই অসমী চিভিল চোছাইতি

  • Home
  • Aai Axomi Civil Society/ আই অসমী চিভিল চোছাইতি

Aai Axomi Civil Society/ আই অসমী চিভিল চোছাইতি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Aai Axomi Civil Society/ আই অসমী চিভিল চোছাইতি, Social service, Hatigaon, .

17/01/2024

HELP
I need all the Books of HS 2nd Year (Science Stream) for one poor Girl from Hajo. If anyone have these Books, please inbox me. 🙏

আপোনালোকৰ দৃষ্টিত যদি কোনোবা কাণেৰে নুশুনা মানুহ আছে তেন্তে জনাবচোন । আমাৰ "এন জি ও"ৰ যোগেদি এজন সদাশয় ব্যাক্তিয়ে (পংক...
30/01/2022

আপোনালোকৰ দৃষ্টিত যদি কোনোবা কাণেৰে নুশুনা মানুহ আছে তেন্তে জনাবচোন । আমাৰ "এন জি ও"ৰ যোগেদি এজন সদাশয় ব্যাক্তিয়ে (পংকজ বৰদলৈ) এটা শ্ৰব্য যন্ত্ৰ দিব বিচাৰিছে । আপোনালোকৰ সহাৰি পোৱাৰ আশাবাদী আমি ।

Anuradha Sarma Pujari বাইদেউৰ অসমৰ সাহিত্য জগতত কিমান অৰিহনা আছে সেয়া অতুলনীয় । আজি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত বাইড...
30/12/2021

Anuradha Sarma Pujari বাইদেউৰ অসমৰ সাহিত্য জগতত কিমান অৰিহনা আছে সেয়া অতুলনীয় । আজি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত বাইডেউয়ে লাভ কৰা "অসম সাহিত্য একাডেমী বঁটা, ২০২১" ৰ বাবে আমাৰ তৰফৰ পৰা যথেষ্ঠ শুভেচ্ছা জ্ঞাপন কৰিলো লগতে তেওঁৰ সু-স্বাস্থ্য আৰু দিৰ্ঘায়ুৰ কামনা কৰিলো ।

আজি  'আই অসমী চিভিল চ'চাইটি'ৰ উদ্যোগত হাতিগাঁওস্থিত মাডাৰ অল্ড এজ হোম বৃদ্ধাবাসৰ পৰা আৰম্ভ কৰি সমগ্ৰ গুৱাহাটীতে পৰ্যায়ক্...
26/12/2021

আজি 'আই অসমী চিভিল চ'চাইটি'ৰ উদ্যোগত
হাতিগাঁওস্থিত মাডাৰ অল্ড এজ হোম বৃদ্ধাবাসৰ পৰা আৰম্ভ কৰি সমগ্ৰ গুৱাহাটীতে পৰ্যায়ক্ৰমে বৃক্ষ ৰোপন কাৰ্যসূচী পালন কৰা হ'ব । আজি আমাৰ এই কাৰ্যসূচীত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া,বন বিষয়া আব্দুল গণি ডাঙৰীয়া, খ্যাতনামা শিল্পী দিপচিখা শৰ্মা ডাঙৰীয়ানী, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা জয়নাল আবেদিন ডাঙৰীয়াকে আদি কৰি বিভিন্ন সমাজ সচেতন নাগৰিক এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
এই বৃক্ষ ৰোপন কাৰ্যসূচীৰ ধাৰা আগলৈও কেতিয়াও স্থবিৰ নোহোৱাৰ লগতে পদপথসমূহ ব্যৱসায়ৰ পৰিৱৰ্তে কেৱল পথচাৰীৰ বাবেহে উপযোগী কৰি তুলিবলৈ চৰকাৰক আমাৰ তৰফৰ পৰা আহ্বান জনাও । আশা কৰো অসমবাসীৰ মৰম আৰু আশীৰ্বাদ এনেদৰে পাই থাকিম ।।

সদৌটিলৈ জন্মাষ্টমীৰ শুভ কামনা কৰিলো ।
30/08/2021

সদৌটিলৈ জন্মাষ্টমীৰ শুভ কামনা কৰিলো ।

হঠাৎ আমাৰ whatsapp group ত ভাইটী   ই তেজ লাগে বুলি এটা খবৰ দিলে কাৰণ তেওঁৰ শাহু মা   ত ভৰ্তি হৈ আছে । তাৎক্ষণিক ভাৱে বন্...
29/08/2021

হঠাৎ আমাৰ whatsapp group ত ভাইটী ই তেজ লাগে বুলি এটা খবৰ দিলে কাৰণ তেওঁৰ শাহু মা ত ভৰ্তি হৈ আছে । তাৎক্ষণিক ভাৱে বন্ধু তথা আই অসমী চিভিল ছ'চাইতি ৰ যুটিয়া সম্পাদক ডাঙৰীয়াই ভাইটীজনৰ এই বিপদৰ সময়ত ঠিয় দিয়ে আৰু তেজৰ ব্যাৱস্থা কৰে । ভাইটী মানবৰ শাহু মাৰ আশুআৰোগ্য কামনা কৰাৰ লগতে বন্ধু চেলিমক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো ।

সমূহ ইছলাম ধৰ্মাৱলম্বী বন্ধু- বান্ধবী তথা অসমবাসীলৈ ঈদ উল-আদহাৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো ।ধন্যবাদেৰে,ওৱাচিদ আহমেদ...
20/07/2021

সমূহ ইছলাম ধৰ্মাৱলম্বী বন্ধু- বান্ধবী তথা অসমবাসীলৈ ঈদ উল-আদহাৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো ।
ধন্যবাদেৰে,
ওৱাচিদ আহমেদ
সম্পাদক
আই অসমী চিভিল ছ'চাইতি

আজি অনুষ্ঠিত কৰা সভাখনৰ কিছু মূহুৰ্ত । আনুষ্ঠানিকভাৱে আৰক্ষী বিষয়া শ্ৰী বীৰেন চন্দ্ৰ ডেকা ডাঙৰীয়াক বিদায় সম্ভাষণ জনোৱ...
29/06/2021

আজি অনুষ্ঠিত কৰা সভাখনৰ কিছু মূহুৰ্ত । আনুষ্ঠানিকভাৱে আৰক্ষী বিষয়া শ্ৰী বীৰেন চন্দ্ৰ ডেকা ডাঙৰীয়াক বিদায় সম্ভাষণ জনোৱাৰ লগতে আমন্ত্ৰিত অতিথি তথা আমাৰ ছ'ছাইটিৰ অন্যতম উপদেষ্টা A Rahim Zibran ডাঙৰীয়াক আজি আমাৰ মাজত পাই আমি যথেষ্ঠ সৌভাগ্যবান অনুভৱ কৰিছো । তেওঁলোকৰ কথাই আমাক আৰু আগুৱাই যাবলৈ এক ধনাত্মক অনুভূতি দিয়ে ।

29/06/2021

অসম আৰক্ষীৰ এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰী বীৰেন চন্দ্ৰ ডেকা ডাঙৰীয়া অহা কালি (ইং ৩০-০৬-২০২১) হাতীগাওঁ আৰক্ষী চকীৰ পৰা অৱসৰ ল'ব । এই উপলক্ষে আজি গধুলি ৭ বজাত তেখেতক সম্বৰ্ধনা জনোৱাৰ বাবে আমাৰ ছ'ছাইটিৰ সভাপতিৰ ঘৰত সকলো ক'ভিদ নিয়ম মানি এখন সভাৰ আয়োজন কৰা হৈছে । আই অসমী চিভিল ছ'চাইতিৰ বিষয়ববীয়া সকলৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল ।
জয় আই অসম

14/06/2021

Hello Dear.

Hope you & your beloved family members are all well by the grace of Almighty. We are happy to see you here in our Page. And we will highly be appreciated to get in touch with you. We are focusing on "EDUCATED ASSAM, DEVELOPED ASSAM". You are requested to drop your Contact Info in our inbox.

Thank you 🙂

Address

Hatigaon

781038

Telephone

+919854002636

Website

Alerts

Be the first to know and let us send you an email when Aai Axomi Civil Society/ আই অসমী চিভিল চোছাইতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Aai Axomi Civil Society/ আই অসমী চিভিল চোছাইতি:

  • Want your organization to be the top-listed Government Service?

Share