Aynal Hoque - আয়নাল হক

Aynal Hoque - আয়নাল হক Vice-President
Gossaigaon District Committee
United people's Party Liberal, UPPL

28/01/2026


Big shout out to my newest top fans! 💎 Shakhawat HussainDrop a comment to welcome them to our community,
28/01/2026

Big shout out to my newest top fans! 💎 Shakhawat Hussain

Drop a comment to welcome them to our community,

28/01/2026

একটি বই একশটি বন্ধুর সমান.. কিন্তু একজন ভালো বন্ধু পুরো একটি লাইব্রেরির সমান।
Good Morning Everyone

09/01/2026

18/08/2025

জয় ইউ,পি,পি,এলৰ জয়

আজি গোসাইগাঁও জিলাৰ সমিতিৰ অন্তৰ্গত গুমা ব্লক সমিতি ইউ,পি,পি,এল দলৰ জলডোৱা প্ৰাইমাৰীৰ জলডোৱা নং ২ গাঁওত এখন দলীয় সভাত ক...
31/05/2025

আজি গোসাইগাঁও জিলাৰ সমিতিৰ অন্তৰ্গত গুমা ব্লক সমিতি ইউ,পি,পি,এল দলৰ জলডোৱা প্ৰাইমাৰীৰ জলডোৱা নং ২ গাঁওত এখন দলীয় সভাত কেন্দ্ৰীয় সমিতিৰ সদস্য #হেমেন্দ্ৰনাথ_ব্ৰহ্ম কেন্দ্ৰীয় মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা #মুৰ্শিদা_বেগম গুমা ব্লক সমিতিৰ উপ সভাপতি #মঙ্গল_নাৰ্জাৰী আৰু #ছলমান_আলী সাধাৰণ সম্পাদকদ্বয় #আব্দুল_জলিল_খান (প্ৰশাসনিক) আৰু #ৰবিৰাম_ব্ৰহ্ম (সাংগঠনিক) লগতে ব্লক আৰু প্ৰাইমাৰীৰ বিভিন্ন পৰ্য্যায়ৰ নেতৃত্ব লগতে মইয়ো উপস্থিত থাকিবলৈ পাই আনন্দ অনুভৱ কৰিলো।



21/01/2025

UPPL ZINDABAD

03/01/2025




মনৰ অনুভুতি,ভালোবাসা, মায়া এইবিলাক যিমান কম প্ৰকাশ কৰিব তোমাক আঘাত কৰাৰ সুযোগ সিমান কম মানুহে  পাবো।
30/12/2024

মনৰ অনুভুতি,ভালোবাসা,
মায়া এইবিলাক যিমান কম
প্ৰকাশ কৰিব তোমাক আঘাত
কৰাৰ সুযোগ সিমান কম মানুহে
পাবো।

24/12/2024
গোসাইগাঁও জিলা সমিতিৰ ইউ পি পি এল দলৰ অন্তৰ্গত গুমা ব্লক সমিতি আৰু ব্লক সমিতিৰ অন্তৰ্গত শাখা আৰু প্ৰাইমাৰীৰ সমূহৰ শপথ গ্...
23/12/2024

গোসাইগাঁও জিলা সমিতিৰ ইউ পি পি এল দলৰ অন্তৰ্গত গুমা ব্লক সমিতি আৰু ব্লক সমিতিৰ অন্তৰ্গত শাখা আৰু প্ৰাইমাৰীৰ সমূহৰ শপথ গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিলো। তাৰেই কেইটামান আলোকচিত্ৰ

Address

Gossaigaon

Telephone

+917002631863

Website

Alerts

Be the first to know and let us send you an email when Aynal Hoque - আয়নাল হক posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Aynal Hoque - আয়নাল হক:

Share