31/01/2026
আমছু’ৰ উদ্যোগত গণ বিক্ষোভঃ
আজি ইংৰাজী ৩১/০১/২০২৬ শনিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন,আমছু ৰ হোজাই জিলা সমিতিৰ উদ্যোগত হোজাই জিলাত ভোটাৰ তালিকাৰ বিশেষ নিৰিক্ষণ(SR)প্ৰক্ৰিয়াত ভূৱা আপত্তিৰ দ্বাৰা ব্যাপক অনিয়ম, ধৰ্মীয় সংখালঘুৰ বিৰুদ্ধে পৰিকল্পিত ষড়যন্ত্ৰ আৰু একাংশ নিৰ্বাচন বিষয়াৰ পক্ষপাতিত্বমূলক আচৰণৰ বিৰুদ্ধে পুৱা ১১বজাত ‘গণ বিক্ষোভ’ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।
স্থানঃ জিলা আয়ুক্ত কাৰ্যালয় প্ৰাঙ্গন, শংকৰদেৱ নগৰ।