Himanta Biswa Sarma Fan Club BTR

Himanta Biswa Sarma Fan Club BTR Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Himanta Biswa Sarma Fan Club BTR, Political organisation, goreswar Chowk, Guwahati.

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰাক্তন বিধায়ক শ্ৰীভূপেন বৰাক তেখেতৰ বাসগৃহত সাক্ষাৎ কৰে।Himanta Biswa S...
17/02/2026

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰাক্তন বিধায়ক শ্ৰীভূপেন বৰাক তেখেতৰ বাসগৃহত সাক্ষাৎ কৰে।
Himanta Biswa Sarma

05/01/2026

অসমে আকৌ বিচাৰে মুখ্যমন্ত্ৰী হিচাবে Himanta Biswa Sarma মামাক

05/01/2026

আমাৰ কাৰ্যকৰ্তা সকলেই যথেষ্ট
Himanta Biswa Sarma

18/11/2025

জুবিন গাৰ্গ দাৰ জন্মদিন উপলক্ষে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰক্ত দান কৰে
Himanta Biswa Sarma
CMO Assam

ধন্যবাদ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয় 🙏🙏
16/11/2025

ধন্যবাদ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয় 🙏🙏

ভাগিনসকলে যেতিয়া বাৰে বাৰে কৈ থাকিব--এই মামাই জানো সময় বা ট্ৰেণ্ডৰ সৈতে নচলাকৈ থাকিব পাৰে - অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী H...
09/09/2025

ভাগিনসকলে যেতিয়া বাৰে বাৰে কৈ থাকিব--এই মামাই জানো সময় বা ট্ৰেণ্ডৰ সৈতে নচলাকৈ থাকিব পাৰে - অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়া

29/08/2025

অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মাননীয় গৃহমন্ত্ৰীৰ প্ৰস্থানৰ সময়ত

20/08/2025

অসমৰ মানুহে এক সুদৃঢ় সংকল্পৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে৷ আমি প্ৰতি ইঞ্চি বেদখল কৰা ভূমি পুনৰুদ্ধাৰ নকৰালৈকে কাহানিও থমকি নৰওঁ। ৰাজনৈতিক অংকসিদ্ধিৰ বাবে বিৰুদ্ধাচৰণ কৰি থকাসকলে হাজাৰ প্ৰচেষ্টা চলালেও আমি আমাৰ পৰিকল্পনাৰ মতেই ইয়াক আগুৱাই নিম - ড৹ হিমন্ত বিশ্ব শৰ্মা

14/08/2025

আজি নলবাৰীত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৰ প্ৰতি ৰাইজৰ মৰম

07/08/2025

ভাৰতীয় জনতা পার্টিয়ে অসমৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীক এক কৰি ৰখাত গুৰুত্ব প্ৰদান কৰি আহিছে৷ সেয়ে আমাৰ চৰকাৰে এই ক্ষেত্ৰত সকলো ধৰণৰ পদক্ষেপ সফল কৰি তুলিবলৈ দায়বদ্ধতাৰে কাম কৰি আছে - সন্মানীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া

Address

Goreswar Chowk
Guwahati
781366

Website

Alerts

Be the first to know and let us send you an email when Himanta Biswa Sarma Fan Club BTR posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Himanta Biswa Sarma Fan Club BTR:

Share