Prasanta Kalita প্ৰশান্ত কলিতা

Prasanta Kalita প্ৰশান্ত কলিতা শক্তিশালী বিজেপি
সমৃদ্ধিশালী অসম।

সুন্দৰ মামা 🙏❤️
21/04/2025

সুন্দৰ মামা 🙏❤️

অতীতৰ স্মৃতি,B.T.Rৰ বৰ্তমানৰ EM সন্মানীয় ৰনেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াৰ  হৈ প্ৰচাৰ অভিযান চলোৱাৰ কিছু ভাল লগা মূহুৰ্ত। B.T...
21/04/2025

অতীতৰ স্মৃতি,
B.T.Rৰ বৰ্তমানৰ EM সন্মানীয় ৰনেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াৰ হৈ প্ৰচাৰ অভিযান চলোৱাৰ কিছু ভাল লগা মূহুৰ্ত। B.T.R. Election 2020-21.

Door To Door Visit

10/10/2024

ভাৰতে এটা ডাঙৰ সম্পদ হেৰুৱালে 😥

আপোনাৰ আত্মাই সদগতি লাভ কৰক 🙏

শক্তিশালী বিজেপি
সমৃদ্ধিশালী অসম।

22/09/2024

সুন্দৰ পদক্ষেপ 🙏❤️

জয় শ্ৰী ৰাম 🙏🚩
31/08/2024

জয় শ্ৰী ৰাম 🙏🚩

30/08/2024

ভাৰতীয় জনতা যুৱ মৰ্চা তামুলপুৰ জিলাৰ সভাপতিৰ দায়িত্ব লাভ কৰা গোৰেশ্বৰ অঞ্চলৰ যুৱ নেতা মোৰ সন্মানীয় ঋষভ ৰঞ্জন দাস দাদালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
আপোনাৰ বলিষ্ঠ নেতৃত্বত দলটোত এক নতুন দিগন্তৰ সূচনা হব আৰু কাৰ্যকলাপ সমূহ আৰু শক্তিশালী ৰূপে পৰিচালিত হব বুলি আশা কৰিলোঁ।

Wrishav Ranjan Das 🙏

শক্তিশালী বিজেপি
সমৃদ্ধিশালী অসম।

আন্তৰিক অভিনন্দন জনালোঁ আপোনাক 🎉
28/07/2024

আন্তৰিক অভিনন্দন জনালোঁ আপোনাক 🎉

08/08/2023
12/07/2023

সোণাৰি জুনিয়ৰ কলেজৰ নৱাগত আদৰণি সভাত ছাত্ৰ চৈতন্য গগৈৰ সুমধুৰ কণ্ঠত জুবিন গাৰ্গৰ গীত পৰিৱেশন । তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ❤️🙏

Address

Goreswar

Telephone

+916000839632

Website

Alerts

Be the first to know and let us send you an email when Prasanta Kalita প্ৰশান্ত কলিতা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Prasanta Kalita প্ৰশান্ত কলিতা:

Share