19/05/2026
#বিষয়ববীয়া_সভা
আজি ইং ১৯.০৫.২০২৬ তাৰিখে গোলাঘাট জিলাৰ মূখ্য কাৰ্যালয়ত জিলা যুৱ মৰ্চাৰ এখন বিষয়ববীয়া সভা অনুষ্ঠিত হয়। উক্ত সভাত বিশেষভাৱে উপস্থিত থাকে গোলাঘাট জিলা যুৱ মৰ্চাৰ সভাপতি ৰাহুল বৰা ডাঙৰীয়া, সাধাৰণ সম্পাদক অৰ্চন শৰ্মা ডাঙৰীয়া আৰু বিষয়ববীয়া সকলৰ লগতে জিলাৰ অন্তৰ্গত আটাইকেইটা মণ্ডলৰ সভাপতি সকল।
উক্ত সভাত যুৱ মৰ্চাৰ আগন্তুক দিনত লʼৱ লগা বিশেষ কাৰ্যসূচী সমূহৰ বিষয়ে আলোচনা কৰা হয়।
Himanta Biswa Sarma
Dilip Saikia
Ajanta Neog
Kamakhya Prasad Tasa
Biswajit Phukan
Mrinal Saikia
Dutta
Chandra Jyoti Thakur
Rahul Bora
Ranjit Das
BJYM Assam
BJP Assam Pradesh
Bjp Golaghat District