01/06/2026
জনপ্ৰিয়, সুদক্ষ নেতা তথা কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। বিপদৰ বন্ধু হিচাপে প্ৰতিক্ষণ ৰাইজৰ কাষত উপস্থিত থাকি আপুনি নিষ্ঠা, সততা আৰু জনসেৱাৰ আদৰ্শই সমাজক সদায় অনুপ্ৰাণিত কৰি আহিছে। এই বিশেষ দিনটোত মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত আপোনাৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সৰ্বতোপ্ৰকাৰৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনালোঁ।
Kamakhya Prasad Tasa