কলম

কলম Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from কলম, Garchuk, Gauhati.

Happy Bihu
16/04/2026

Happy Bihu

09/04/2026

আজি......

07/04/2026

উন্নয়ন, সম-অধিকাৰৰ, সমস্যাহীন গোৱালপাৰাৰ স্বাৰ্থত আপোনালোকৰ বহুমূলীয়া ভোট "তলা-চাবি"ৰ চিনত প্ৰদান কৰিব বুলি আমি আশাবাদী...

১৪ নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টি

গোৱালপাৰা পূৱ সমষ্টিৰ কানকাটাৰ বিশাল জনসভাৰ এটি আৱেগীয় মূহুৰ্তAll India United Democratic Front - AIUDF Hafiz Bashir Ahm...
06/04/2026

গোৱালপাৰা পূৱ সমষ্টিৰ কানকাটাৰ বিশাল জনসভাৰ এটি আৱেগীয় মূহুৰ্ত

All India United Democratic Front - AIUDF Hafiz Bashir Ahmed Markaz DARUL Yatama Goalpara

06/04/2026

৯ তাৰিখলৈ আৰু মাত্ৰ ৩ দিন

05/04/2026

য’তেই যায় পহু খেদা খাই খাই, মানুহটো পাগলা হ’ল।
মুখত কেৱল পহু খেদা পহু খেদা জপ কৰিছে

গোৱালপাৰা পূৱ সমষ্টিত এইবাৰহাফিজ বচিৰ আহমেদ কাছিমীজিন্দাবাদ
05/04/2026

গোৱালপাৰা পূৱ সমষ্টিত এইবাৰ
হাফিজ বচিৰ আহমেদ কাছিমী

জিন্দাবাদ

05/04/2026

AGP
BJP
চৰকাৰ
মিঞাসকল চৰকাৰৰ লগত থাকিব।

03/04/2026

গোৱালপাৰা পূৱ সমষ্টিৰ AIUDF প্ৰাৰ্থী হাফিজ বচিৰ আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বেৰিষ্টাৰ আছাদ উদ্দিন ওৱেইছী চাহাব।

02/04/2026

এই ভিডিওটো কেৱল গোৱালপাৰা পূৱ সমষ্টিৰ AGP/BJP ক সমৰ্থন কৰা ভোটাৰ সকলৰ বাবে দিয়া হল।

পৰিৱৰ্তন, উন্নয়ন, সংৰক্ষণ, শিক্ষা, স্বাস্থ্য —আমাৰ লক্ষ্য।Vote for AIUDF 👈All India United Democratic Front - AIUDF Maul...
01/04/2026

পৰিৱৰ্তন, উন্নয়ন, সংৰক্ষণ, শিক্ষা, স্বাস্থ্য —আমাৰ লক্ষ্য।

Vote for AIUDF 👈

All India United Democratic Front - AIUDF Maulana Badruddin Ajmal Hafiz Bashir Ahmed

31/03/2026

তেখেত এজন শিক্ষক
তেখেত এজন শিক্ষিত

তেখেতে শিক্ষাৰ কথা ক’ব

Address

Garchuk
Gauhati
781035

Website

Alerts

Be the first to know and let us send you an email when কলম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share