Future with AIUDF

Future with AIUDF The All India United Democratic Front (AIUDF) focusing on minority rights, agrarian issues

পাকা বেতবাৰিৰ ৰাইজ, কালিৰ বাবে ৰেডি নে? মই কিন্তু ৰেডি! 😎
03/05/2026

পাকা বেতবাৰিৰ ৰাইজ, কালিৰ বাবে ৰেডি নে? মই কিন্তু ৰেডি! 😎

ইনশা-আল্লাহ
16/04/2026

ইনশা-আল্লাহ

09/04/2026

মিনাক্ষী বাইদেউৰ জয় এতিয়া নিশ্চিত যেন অনুভৱ হৈছে। ৰাইজৰ ভৰসা, সমৰ্থন আৰু ভালপোৱাৰ ফলতেই এই জয় সম্ভৱ হৈছে।
এই জয় অন্যায়ৰ বিৰুদ্ধে, উন্নয়নৰ বাবে আৰু নতুন আশাৰ জয়।

08/04/2026

AIUDF দলত যোগদান কৰাৰ পিছত আমাৰ শ্ৰদ্ধেয় মোজাম্মেল ভাইৰ কিছু কথা।

08/04/2026

ৰহমেৰ মালিক আল্লাহ।

08/04/2026
07/04/2026

পাকা বেতবাৰীৰ ৰাইজৰ এটাই কথা—জাকিৰ হুছেইন শিকদাৰে ১০ বছৰ ক্ষমতাত থাকিও সমষ্টিৰ উন্নয়ন কৰিব নোৱাৰিলে। গতিকে এইবাৰ পৰিৱৰ্তনৰ বাবে আমি মিনাক্ষী ৰহমানক ভোট দিম।

অহা  ৯ এপ্ৰিল তাৰিখে অসম বিধানসভা নিৰ্বাচনৰ ভোট দানৰ দিনটোত ইভিএম মেচিনৰ ৩ নম্বৰত বুটাম টিপি আপোনাৰ বহুমূলীয়া ভোটটি প্ৰ...
07/04/2026

অহা ৯ এপ্ৰিল তাৰিখে অসম বিধানসভা নিৰ্বাচনৰ ভোট দানৰ দিনটোত ইভিএম মেচিনৰ ৩ নম্বৰত বুটাম টিপি আপোনাৰ বহুমূলীয়া ভোটটি প্ৰদান কৰি মোক তথা AIUDF দলক জয়যুক্ত কৰি আপোনালোকক সেৱা কৰাৰ সুযোগ প্ৰদান কৰিব বুলি আশা ৰাখিলোঁ।

📍২৫ নং পাকাবেতবাৰী বিধানসভা সমষ্টি

05/04/2026

দহটা বছৰে দূৰ্নীতি কৰি টকাৰ পাহাৰ বনাইছে জাকিৰ সিকদাৰে, দূৰ্নীতি টকাৰে আজি মানুহ ভাড়া কৰি আনি ৰাইজক বূৰ্বক বনাব খুজিছে জাকিৰ সিকদাৰে ।

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Future with AIUDF posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share