ABVP NGC UNIT

  • Home
  • ABVP NGC UNIT

ABVP NGC UNIT Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ABVP NGC UNIT, Political organisation, NORTH GAUHATI COLLEGE, .

14/09/2025

কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ নিৰ্লজ্জতাৰ সাক্ষী হ'ল অসমৰ ছাত্ৰ সমাজ

গোৱালপাৰা মহাবিদ্যালয়ত নতুন ছাত্ৰ-ছাত্ৰীক আদৰণি জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা নৱাগত আদৰণি সভাৰ অনুষ্ঠানৰ সময়ত সংঘটিত হয় এক লজ্জাজনক ঘটনা।

এন এছ ইউ আইৰ পৰা জয়ী হোৱা গোৱালপাৰা মহাবিদ্যালয়ৰ আউটড’ৰ গেম চেক্ৰেটাৰী ফিৰোজ আলিয়ে ছাত্র একতা সভাৰ কার্যালয়লৈ মাতি আনি ছোৱালীজনীক কোঠাটোত তলা লগাই পাছত বলপূৰ্বকভাৱে যৌন নিৰ্যাতন চলাইছিল৷ এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল মহাবিদ্যালয় নৱাগত আদৰণি সভাৰ সময়ত।

এই ঘটনাই সমগ্ৰ অসমৰ ছাত্ৰ সমাজক স্তম্ভিত কৰি তুলিলে। এই ঘটনাৰ প্ৰতিবাদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোৱালপাৰা শাখাই দোষীক আৰক্ষীৰ হাতত গতাই দিয়ে। বিদ্যাৰ্থী পৰিষদৰ নেতৃত্বত সমগ্ৰ ছাত্ৰ সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনায়। এই ঘটনাৰ পিছত এন এছ ইউ আইয়ে নিজৰ হেৰুৱা সুনাম বচাবলৈ নিৰ্লজ্জতাৰ সকলো সীমা অতিক্ৰম কৰি ফিৰোজ আলীক এ বি ভি পিৰ সদস্য ঘোষণা কৰে। যদি আন কোনো ছাত্ৰ সংগঠন হ’লহেঁতেন তেন্তে দোষী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, কিন্তু তেওঁক বচাবলৈ এন এছ ইউ আইয়ে প্ৰথমে ধৰ্ষণৰ প্ৰমাণ বিচাৰিছিল আৰু পিছত পিছত এ আই জেনেৰেটেড ফটোৰ জৰিয়তে তেওঁক এ বি ভি পিৰ সদস্য ঘোষণা কৰাৰ হাস্যকৰ কাম কৰিবলৈ আৰম্ভ কৰে।




8th September“On the birth anniversary of Dr. Bhupen Hazarika, the Bard of Brahmaputra, we pay our heartfelt tribute to ...
07/09/2025

8th September
“On the birth anniversary of Dr. Bhupen Hazarika, the Bard of Brahmaputra, we pay our heartfelt tribute to the legend. His timeless songs of love, humanity, and unity continue to inspire generations. Truly, Bhupen da lives forever through his music.” 🎶🌺

HAPPY FOUNDATION DAY ❤️গৌৰবোজ্জ্বল ৬৩ বছৰৰ যাত্ৰা ❤️আমাৰ মহাবিদ্যালয় কেৱল এটা শিক্ষা প্ৰতিষ্ঠান নহয়; ই হৈছে আমাৰ দ্বিত...
04/09/2025

HAPPY FOUNDATION DAY ❤️
গৌৰবোজ্জ্বল ৬৩ বছৰৰ যাত্ৰা ❤️

আমাৰ মহাবিদ্যালয় কেৱল এটা শিক্ষা প্ৰতিষ্ঠান নহয়; ই হৈছে আমাৰ দ্বিতীয় ঘৰ, যাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ” য’ত স্বপ্ন জন্মে, আশা ফুলি উঠে, আৰু ভবিষ্যৎ গঢ়ি উঠে।” ❤️

May her soul rest in peace 🙏🏻
02/09/2025

May her soul rest in peace 🙏🏻

Address

NORTH GAUHATI COLLEGE

Website

Alerts

Be the first to know and let us send you an email when ABVP NGC UNIT posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share