Arindom Sharma - General Secretary Candidate GU PGSU 2024-25

  • Home
  • India
  • Gauhati
  • Arindom Sharma - General Secretary Candidate GU PGSU 2024-25

Arindom Sharma - General Secretary Candidate GU PGSU  2024-25 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Arindom Sharma - General Secretary Candidate GU PGSU 2024-25, Social service, Gauhati University, Gauhati.

ইয়াৰ আগতে মই কি কৰিছিলোঁ? তাকৰীয়া সময়, চেষ্টা অব্যাহত থাকিব। আশা আছে,আপোনাৰ সহযোগত নিৰাশ নোহোৱাৰ বিশ্বাসো অফুৰন্ত।
24/09/2024

ইয়াৰ আগতে মই কি কৰিছিলোঁ?
তাকৰীয়া সময়, চেষ্টা অব্যাহত থাকিব।
আশা আছে,
আপোনাৰ সহযোগত নিৰাশ নোহোৱাৰ বিশ্বাসো অফুৰন্ত।

23/09/2024

দক্ষতা আৰু নিপুণতা যাৰ ভূষণ
একক অনন্য আমাৰ অৰিন্দম ।

"দক্ষতা আৰু নিপুণতা যাৰ ভূষণএকক অনন্য আমাৰ অৰিন্দম"আপোনালোকৰ সহায় সহযোগিতা তথা গঠনমূলক পৰামৰ্শ কামনা কৰিলো ।
23/09/2024

"দক্ষতা আৰু নিপুণতা যাৰ ভূষণ
একক অনন্য আমাৰ অৰিন্দম"

আপোনালোকৰ সহায় সহযোগিতা তথা গঠনমূলক পৰামৰ্শ কামনা কৰিলো ।

22/09/2024

আৰ্শীবাদ কৰিব 🙏

"নীতি, ন্যায়ৰ বাস্তৱ কলম,লিখিব আহিছে আমাৰ অৰিন্দম ।স্বপ্ন, বাস্তৱৰ ব্যৱধানৰ সন্ধিক্ষন্নত,আহিছে সি সেৱাৰ সন্ধানত" ।আপোনাল...
22/09/2024

"নীতি, ন্যায়ৰ বাস্তৱ কলম,
লিখিব আহিছে আমাৰ অৰিন্দম ।
স্বপ্ন, বাস্তৱৰ ব্যৱধানৰ সন্ধিক্ষন্নত,
আহিছে সি সেৱাৰ সন্ধানত" ।

আপোনালোকৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শ কামনা কৰিলো।
Arindom Sharma

নমস্কাৰ।মই ,অৰিন্দম শৰ্মা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসমাজক  প্ৰতিনিধিত্ব কৰাৰ যি আশা সেই আশাক এক  বিশ্বাসলৈ ৰূপা...
21/09/2024

নমস্কাৰ।
মই ,অৰিন্দম শৰ্মা।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসমাজক প্ৰতিনিধিত্ব কৰাৰ যি আশা সেই আশাক এক বিশ্বাসলৈ ৰূপান্তৰিত কৰিছে আপোনাসৱৰ শুভকামনাই। আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত মোৰ এই পদক্ষেপক আগুৱাই নিবলৈ প্ৰয়োজন আপোনাসৱৰ গঠনমূলক পৰামৰ্শ আৰু সহযোগিতাৰ।
আমি আশাবাদী।
সকলোলৈকে ধন্যবাদ।

Address

Gauhati University
Gauhati

Website

Alerts

Be the first to know and let us send you an email when Arindom Sharma - General Secretary Candidate GU PGSU 2024-25 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category