Udipta Bayan - Vice President Candidate GU PGSU 2024-25

Udipta Bayan - Vice President Candidate GU PGSU 2024-25 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Udipta Bayan - Vice President Candidate GU PGSU 2024-25, Social service, Gauhati University, Gauhati.

আজি সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা, গুৱাহাটী বিশ্ববিদ্যালয় গোটে আয়োজন কৰা নৱাগত আদৰণী সভা আৰু গোট গঠন অনুষ্ঠানত এখন...
03/10/2024

আজি সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা, গুৱাহাটী বিশ্ববিদ্যালয় গোটে আয়োজন কৰা নৱাগত আদৰণী সভা আৰু গোট গঠন অনুষ্ঠানত এখন্তেক উপস্থিত থাকো। 😊😊...

সপোনৰ পম খেদি, মই উদিপ্তবিশ্ববিদ্যালয়ৰ সপোন, আজিও বিচিত্ৰ,সেই স্বপ্নৰ জুই, এতিয়া ও উতপ্তসপোনৰ পম খেদি, মই উদিপ্ত । আপো...
24/09/2024

সপোনৰ পম খেদি, মই উদিপ্ত
বিশ্ববিদ্যালয়ৰ সপোন, আজিও বিচিত্ৰ,
সেই স্বপ্নৰ জুই, এতিয়া ও উতপ্ত
সপোনৰ পম খেদি, মই উদিপ্ত ।

আপোনালোকৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শ কামনা কৰিলো।
Highlights

"সৎ সাহসেৰে সমৃদ্ধঅন্য আৰু অনন্য উদ্দীপ্ত "আপোনালোকৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শ কামনা কৰিলো।
23/09/2024

"সৎ সাহসেৰে সমৃদ্ধ
অন্য আৰু অনন্য উদ্দীপ্ত "

আপোনালোকৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শ কামনা কৰিলো।

সপোনৰ পম খেদি, মই উদিপ্তবিশ্ববিদ্যালয়ৰ সপোন, আজিও বিচিত্ৰ,সেই স্বপ্নৰ জুই, এতিয়া ও উতপ্তসপোনৰ পম খেদি, মই উদিপ্ত । আপো...
22/09/2024

সপোনৰ পম খেদি, মই উদিপ্ত
বিশ্ববিদ্যালয়ৰ সপোন, আজিও বিচিত্ৰ,
সেই স্বপ্নৰ জুই, এতিয়া ও উতপ্ত
সপোনৰ পম খেদি, মই উদিপ্ত ।

আপোনালোকৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শ কামনা কৰিলো।

"নীতি আৰু নিৰ্ভীকতাৰ চয়নআমাৰ আহ্বান উদীপ্ত বায়ন "।আপোনালোকৰ সহায় সহযোগিতা তথা দিশা পৰামৰ্শ কামনা কৰিলো । আৰ্শীবাদ কৰিব।
21/09/2024

"নীতি আৰু নিৰ্ভীকতাৰ চয়ন

আমাৰ আহ্বান উদীপ্ত বায়ন "।

আপোনালোকৰ সহায় সহযোগিতা তথা দিশা পৰামৰ্শ কামনা কৰিলো । আৰ্শীবাদ কৰিব।

Address

Gauhati University
Gauhati
781014

Website

Alerts

Be the first to know and let us send you an email when Udipta Bayan - Vice President Candidate GU PGSU 2024-25 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category