Abhinash Saikia - Cultural Secretary Candidate GU PGSU 2022-23

  • Home
  • India
  • Gauhati
  • Abhinash Saikia - Cultural Secretary Candidate GU PGSU 2022-23

Abhinash Saikia - Cultural Secretary Candidate GU PGSU 2022-23 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Abhinash Saikia - Cultural Secretary Candidate GU PGSU 2022-23, Social service, Gauhati University, Gauhati.

16/10/2022





নমস্কাৰ। মই অবিনাশ শইকীয়া। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি সাংস্কৃতিক বাতাৱৰণ সেই বাতাৱৰণে জ্ঞাতে অজ্ঞাতে সকলোকে আকৰ্ষিত কৰি ...
16/10/2022

নমস্কাৰ।
মই অবিনাশ শইকীয়া। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি সাংস্কৃতিক বাতাৱৰণ সেই বাতাৱৰণে জ্ঞাতে অজ্ঞাতে সকলোকে আকৰ্ষিত কৰি আহিছে। ময়ো তাৰ ব্যতিক্ৰম নহয়। সাংস্কৃতিক ক্ষেত্ৰখনৰ এজন নিঃকিন কৰ্মী হিচাপে মোৰো বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক বিপ্লৱৰ অংশীদাৰ হোৱাৰ আশা পূৰ্বৰে পৰাই আছিল। আপোনাসৱৰ মাজৰ এজন হিচাপে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছোঁ। মোৰ আশা, সাহস আৰু দৃঢ়তাই হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থী। সাংস্কৃতিক ক্ষেত্ৰত দেখি অহা বঢ়া-টুটা অৱসান ঘটাই এক ন পৰিৱেশ ৰচনাৰ বাবে লাগিব সকলোৰে সমৰ্থন আৰু আশীৰ্বাদ। আমি আশাবাদী। সকলোৱে হাতে হাত ধৰি থিয় দিম। গঠনমূলক দিহা পৰামৰ্শ আৰু সমালোচনা আমাৰ নিতান্তই কাম্য।

এই সিদ্ধান্ত সতীৰ্থৰ আহ্বানত, এই যুঁজ আপোনালোকৰ সাহসত....এই যাত্ৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামত... গুৱাহাটী বিশ্ববিদ্যাল...
15/10/2022

এই সিদ্ধান্ত সতীৰ্থৰ আহ্বানত,
এই যুঁজ আপোনালোকৰ সাহসত....

এই যাত্ৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামত... গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে.....

আমি একেলগে যাম.. একেলগে কৰিম... একেলগে জিনিম।

জয়তু গুৱাহাটী বিশ্ববিদ্যালয়।

Address

Gauhati University
Gauhati

Website

Alerts

Be the first to know and let us send you an email when Abhinash Saikia - Cultural Secretary Candidate GU PGSU 2022-23 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category