BJP Jamduar Mandal Yuba Morcha

BJP Jamduar Mandal Yuba Morcha Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP Jamduar Mandal Yuba Morcha, Political organisation, Gauhati.

05/11/2024
অসমীয়া জাতিৰ আয়ুসৰেখা ব’হাগৰ পৰশে ৰঙীয়াল, সতেজ কৰক সকলোৰে মন-প্ৰাণ। প্ৰগতিৰ দিশেৰে অসমখনিক আগুৱাই নিবলৈ সকলোৱে টঙালি বান...
14/04/2024

অসমীয়া জাতিৰ আয়ুসৰেখা ব’হাগৰ পৰশে ৰঙীয়াল, সতেজ কৰক সকলোৰে মন-প্ৰাণ। প্ৰগতিৰ দিশেৰে অসমখনিক আগুৱাই নিবলৈ সকলোৱে টঙালি বান্ধি একতাৰ বিহু এফাঁকি গাওঁ আহক…

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা বিহুৰ ওলগ যাচিলোঁ।

কোকৰাঝাৰ জিলা যুৱ মৰ্চাৰ তৰফৰপৰা ৰঙালী বিহু আৰু নব বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ......🙏🙏🙏🙏🙏🙏🙏 ভাৰত মাতা কী জয় 🚩...
14/04/2024

কোকৰাঝাৰ জিলা যুৱ মৰ্চাৰ তৰফৰপৰা ৰঙালী বিহু আৰু নব বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ......🙏🙏🙏🙏🙏🙏🙏 ভাৰত মাতা কী জয় 🚩🚩🚩🚩🙏🙏🙏🙏

কাইলৈ অসমৰ লখিমপুৰ লোকসভা সমষ্টিত এখন বিশাল জনসভা সম্বোধন কৰাৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়াত এক শো...
08/04/2024

কাইলৈ অসমৰ লখিমপুৰ লোকসভা সমষ্টিত এখন বিশাল জনসভা সম্বোধন কৰাৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়াত এক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিম। মাননীয় মোদীজীৰ ৪০০ পাৰ কৰাৰ লক্ষ্যত উপনীত হ’বলৈ অসম সাজু হৈ উঠিছে। ৰাজ্যখনৰ স্পন্দনশীল জনতাক লগ পাবলৈ উদগ্ৰীৱ হৈ আছোঁ। ভাৰত মাতা কী জয় 🙏🙏🙏🙏🙏

06/03/2024
29/02/2024

BJYM
Kokorajhar
2024 Mission 3.0

সুদক্ষ , বিচক্ষণ , যুৱ নেতা তথা ভাৰতীয় জনতা যুৱ মৰ্চা,অসম প্ৰদেশৰ মাননীয় সভাপতি @⁨Shidhanku Ankur Dada BJYM Stete Pres...
12/02/2024

সুদক্ষ , বিচক্ষণ , যুৱ নেতা তথা ভাৰতীয় জনতা যুৱ মৰ্চা,অসম প্ৰদেশৰ মাননীয় সভাপতি @⁨Shidhanku Ankur Dada BJYM Stete President⁩ ডাঙৰীয়াক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷
অতি বিচক্ষণতাৰে যুৱ মৰ্চাক অন্য এক পৰ্যায়লৈ আগুৱাই নিয়া সভাপতি ডাঙৰীয়াক ৰাষ্ট্ৰ তথা ৰাইজৰ হকে কাম কৰি যাবলৈ মা কামাখ্যাই যাতে অধিক শক্তি প্ৰদান কৰে তাৰেই কামনা কৰিলোঁ ।

27/12/2023
27/12/2023

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when BJP Jamduar Mandal Yuba Morcha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share