Manjil Saikia - Minor Games Secretary Candidate GU PGSU 2022-23

  • Home
  • India
  • Gauhati
  • Manjil Saikia - Minor Games Secretary Candidate GU PGSU 2022-23

Manjil Saikia - Minor Games Secretary Candidate GU PGSU 2022-23 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Manjil Saikia - Minor Games Secretary Candidate GU PGSU 2022-23, Social service, Gauhati University, Gauhati.

17/10/2022

আগবাঢ়িছোঁ এক আশা লৈ
বিশ্ববিদ্যালয়ৰ বাবে কাম কৰাৰ মানস লৈ
বিশ্বাস অলেখ
আপোনাসৱেও যোগ দিব এই শোভাযাত্ৰাত সহযাত্ৰী হৈ

এই সিদ্ধান্ত সতীৰ্থৰ আহ্বানত, এই যুঁজ আপোনালোকৰ সাহসত....এই যাত্ৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামত... গুৱাহাটী বিশ্ববিদ্যাল...
15/10/2022

এই সিদ্ধান্ত সতীৰ্থৰ আহ্বানত,
এই যুঁজ আপোনালোকৰ সাহসত....

এই যাত্ৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামত... গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে.....

আমি একেলগে যাম.. একেলগে কৰিম... একেলগে জিনিম।

জয়তু গুৱাহাটী বিশ্ববিদ্যালয়।

নমস্কাৰ। মই মঞ্জিল শইকীয়া। আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত লঘু ক্ৰীড়া সম্পাদক ...
14/10/2022

নমস্কাৰ।
মই মঞ্জিল শইকীয়া। আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত লঘু ক্ৰীড়া সম্পাদক পদটিৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিভাৰ সমাহাৰ। অজস্ৰ সম্ভাৱনা আছে প্ৰতিটো চুকে কোণে। এই সম্ভাৱনাসমূহৰ প্ৰয়োজনীয় সা-সুবিধা আৰু ব্যৱস্থাপনাৰ বাবে সকলোৰে সহযোগিতাৰ প্ৰয়োজন। একেলগে আমি থিয় দিম।
একেলগে সফলতাৰ দিগন্ত চুমিম।
সকলোৰে গঠনমূলক দিহা পৰামৰ্শ আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।

Address

Gauhati University
Gauhati

Website

Alerts

Be the first to know and let us send you an email when Manjil Saikia - Minor Games Secretary Candidate GU PGSU 2022-23 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category