Pranab Jyoti Chetia FC

  • Home
  • Pranab Jyoti Chetia FC

Pranab Jyoti Chetia FC Human Rights Activist
প্ৰাক্তন সচিব প্ৰধান মানৱ অধিকাৰ সংগ্রাম সমিতি । General secretary JDA

31/01/2026
মোগলৰ আক্ৰমণৰ পৰা অসম ভূখণ্ডক স্বধীন কৰি ৰাখিবলৈ সক্ষম হোৱা মহান বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীত  #শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ...
24/11/2025

মোগলৰ আক্ৰমণৰ পৰা অসম ভূখণ্ডক স্বধীন কৰি ৰাখিবলৈ সক্ষম হোৱা মহান বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীত #শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ 🙏 আজি গুৱাহাটী লাচিত সংঘৰ সৌজন্যত আয়োজন কৰা লাচিত দিৱসত উপস্থিত থাকো |

📌 খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ নোহোৱা কৰাৰ প্ৰস্তুতি বিজেপিৰ । দুদিনৰ বাবে অসমলৈ অহা বহিঃৰাজ্যৰ লোকেও অসমত ২০২৬ ত ভোটদান ক...
19/11/2025

📌 খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ নোহোৱা কৰাৰ প্ৰস্তুতি বিজেপিৰ । দুদিনৰ বাবে অসমলৈ অহা বহিঃৰাজ্যৰ লোকেও অসমত ২০২৬ ত ভোটদান কৰিব পাৰিব । বিজেপি চৰকাৰৰ অসমৰ #খিলঞ্জীয়াৰ ভৱিষ্যত সম্পূৰ্ণ ৰূপে ধংস কৰাৰ পৰিকল্পনা কৰিছে । জাতিটোক ভালপোৱা সকলোৱেই এই সিদ্ধান্তৰ বিৰধিতা কৰক । এইবাৰ বিজেপিৰ #পৰিভ্ৰমী ভোটাৰেই শেষ ভৰষা ।

https://www.facebook.com/share/v/16WbB4JTuZ/?mibextid=adiEgM

📌 ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ অসমকন্যা  #উমা চেত্ৰীৰ সফলতাই অসমৰ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব ৷ বিশ্বকাপ বিজয়ী উমা ...
07/11/2025

📌 ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ অসমকন্যা #উমা চেত্ৰীৰ সফলতাই অসমৰ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব ৷ বিশ্বকাপ বিজয়ী উমা চেত্ৰীক লৈ আমি গৌৰৱান্বিত ৷ বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ অন্যতম অংশীদাৰ উমা চেত্ৰীৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা থাকিব ৷

সুধাকণ্ঠ ড°  #ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ I        আমি অসমীয়া নহও দুখীয়া বুলি সান্তনা লভিলে নহ'ব.. । আজিৰ অস...
05/11/2025

সুধাকণ্ঠ ড° #ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ I
আমি অসমীয়া নহও দুখীয়া বুলি সান্তনা লভিলে নহ'ব.. । আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব... ।


আজি এমাহ হল.... তেওঁৰ বাবে ন্যায় বিচাৰি গোটেই জাতি উজাগৰে কটোৱা এমাহ হল... ৷
19/10/2025

আজি এমাহ হল.... তেওঁৰ বাবে ন্যায় বিচাৰি গোটেই জাতি উজাগৰে কটোৱা এমাহ হল... ৷

সকলোলৈকে অসমীয়াৰ  বাপতিসাহোন কাতি বিহুৰ ওলগ, শুভেচ্ছা যাচিলোঁ । #কাতিবিহু
18/10/2025

সকলোলৈকে অসমীয়াৰ বাপতিসাহোন কাতি বিহুৰ ওলগ, শুভেচ্ছা যাচিলোঁ ।

#কাতিবিহু

📌 ৰাইজৰ দায়িত্ব কমিল দেই ...@  #বিজেপিৰ নিজৰ চৰকাৰ থাকোতে এইবোৰ কিহৰ বাটৰ নাট আৰম্ভ কৰিব খুজিছে ??
17/10/2025

📌 ৰাইজৰ দায়িত্ব কমিল দেই ...@ #বিজেপিৰ নিজৰ চৰকাৰ থাকোতে এইবোৰ কিহৰ বাটৰ নাট আৰম্ভ কৰিব খুজিছে ??

Address


Telephone

+919085940003

Website

Alerts

Be the first to know and let us send you an email when Pranab Jyoti Chetia FC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Pranab Jyoti Chetia FC:

  • Want your organization to be the top-listed Government Service?

Share