BJP Mahila Morcha Fakiragram Mandol

BJP Mahila Morcha Fakiragram Mandol Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP Mahila Morcha Fakiragram Mandol, Political organisation, Fakiragram.

ভাৰতীয় জনতা পাৰ্টী ফকিৰাগ্ৰাম মণ্ডলৰ উদ্যোগত অমৃত মহৎ উৎসৱ ৰ লগত সংগতি ৰাখি আজি বিয়লি 2 বজাত ফকিৰাগ্ৰাম  মুখ্য কাৰ্য ল...
07/09/2023

ভাৰতীয় জনতা পাৰ্টী ফকিৰাগ্ৰাম মণ্ডলৰ উদ্যোগত অমৃত মহৎ উৎসৱ ৰ লগত সংগতি ৰাখি আজি বিয়লি 2 বজাত ফকিৰাগ্ৰাম মুখ্য কাৰ্য লয়ত মোৰ মাটি মোৰ দেশ এই কাৰ্যক্ৰম টো 147নং বুথ আৰু 148 নং বুথ ত মানুহৰ ঘৰে ঘৰে গৈ মাটি সংগ্ৰহ কৰোঁ।

এই কাৰ্যটোত উপস্থিত থাকে BTR r জনপ্ৰিয় EM সন্মানীয় অৰূপ কুমাৰ দে ডাঙৰীয়া কোকৰাঝাৰ জিলা প্ৰভাৰি সন্মানীয় বন্দিপ ডেকা ডাঙৰীয়া কোকৰাঝাৰ জিলা সভাপতি সন্মানীয় ৰাজকুমাৰ ব্ৰহ্ম ডাঙৰীয়া কোকৰাঝাৰ জিলা উপসভাপতি সন্মানীয় মানস কুমাৰ ৰায় ডাঙৰীয়া কোকৰাঝাৰ জিলা উপসভাপতি সন্মানীয় গোপাল সাহা ডাঙৰীয়া কোকৰাঝাৰ জিলা সম্পাদক লাচিম বসুমতাৰী ডাঙৰীয়া ফকিৰাগ্ৰাম মণ্ডল সভাপতি সন্মানীয় মনোজ কুমাৰ ৰায় ডাঙৰীয়া আৰু মৰ্চাৰ সভাপতি সকল মণ্ডলৰ বিষয় ববিয়া সকল বুথ ৰ সভাপতি আৰু মহিলা বুথ বাহিনী সকল।

ভাৰতীয় জনতা পাৰ্টি  কোকৰাঝাৰ জিলা মহিলা মৰ্চাৰ নিৰ্দেশ মৰ্মে ফকিৰাগ্ৰাম মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত   "বাহন চালক" দাদা ভা...
31/08/2023

ভাৰতীয় জনতা পাৰ্টি কোকৰাঝাৰ জিলা মহিলা মৰ্চাৰ নিৰ্দেশ মৰ্মে ফকিৰাগ্ৰাম মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত
"বাহন চালক" দাদা ভাই সকলক ৰাখী পিন্ধায় ।ফকিৰাগ্ৰাম মণ্ডল মহিলা মৰ্চাৰ কাৰ্যকৰ্তা আৰু মহিলা বুথ বাহিনীৰ বাইদেউসকলৰ সৈতে তুলসী বিল , শক্তি আশ্ৰম আৰু ফকিৰাগ্ৰাম ত "ৰক্ষাবন্ধন" পাৰ্বণ উদযাপন কৰো।








ভাৰতীয় জনতা পাৰ্টী কোকৰাঝাৰ জিলা মহিলা মৰ্চাৰ নিৰ্দেশ মৰ্মে আজি ফকিৰাগ্ৰাম মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত ৰাষ্ট্ৰীয় হস্ত ত...
12/08/2023

ভাৰতীয় জনতা পাৰ্টী কোকৰাঝাৰ জিলা মহিলা মৰ্চাৰ নিৰ্দেশ মৰ্মে আজি ফকিৰাগ্ৰাম মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত ৰাষ্ট্ৰীয় হস্ত তাত দিৱস উপলক্ষে 184, 175, 227, 142 চাৰিটা বুথৰ এজন এজন কৈ চাৰি গৰাকী শিপিনীক সম্বৰ্ধনা জনাও।






মেৰা মাটি মেৰা দেশপঞ্চ পন প্ৰতিজ্ঞা
12/08/2023

মেৰা মাটি মেৰা দেশ

পঞ্চ পন প্ৰতিজ্ঞা

ভাৰতীয় জনতা পাৰ্টী কোকৰাঝাৰ মহিলা মৰ্চাৰ নিৰ্দেশ মৰ্মে আজি ফকিৰাগ্ৰাম মণ্ডল মহিলা মৰ্চাৰ সম্পদিকা দীপা নাথ ৰায় বাইদেউয়...
11/08/2023

ভাৰতীয় জনতা পাৰ্টী কোকৰাঝাৰ মহিলা মৰ্চাৰ নিৰ্দেশ মৰ্মে আজি ফকিৰাগ্ৰাম মণ্ডল মহিলা মৰ্চাৰ সম্পদিকা দীপা নাথ ৰায় বাইদেউয়ে ৰাষ্ট্ৰীয় হস্ত তাত দিৱস উপলক্ষে 152 নং বুথ ত এজনী শিপিনিক সম্বৰ্ধনা জনায়।






আজি 9/8/2023 ইং তাৰিখে বিয়লি 2 বজাত BJP  কাৰ্য্যলয় শক্তি আশ্ৰম  (চোকা পাৰা) ত ভাৰতীয় জনতা পাৰ্টী ফকিৰাগ্ৰাম মণ্ডল মহি...
09/08/2023

আজি 9/8/2023 ইং তাৰিখে বিয়লি 2 বজাত BJP কাৰ্য্যলয় শক্তি আশ্ৰম (চোকা পাৰা) ত ভাৰতীয় জনতা পাৰ্টী ফকিৰাগ্ৰাম মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত ৰাষ্ট্ৰীয় হস্ত তাত দিৱস পালন কৰা হয়। আজিৰ সভা খনত সভাপতিত্ব কৰে ফকিৰাগ্ৰাম মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰভা ৰায় বাইদেউ। সভাখনত উপস্থিত থাকে ফকিৰাগ্ৰাম মণ্ডল সভাপতি সন্মানীয় মনোজ কুমাৰ ৰায় ডাঙৰীয়া ফকিৰাগ্ৰাম মণ্ডল মহিলা মৰ্চাৰ প্রভাৰি ঢলিনি মণ্ডল বাইদেউ ফকিৰাগ্ৰাম মণ্ডল মহিলা মৰ্চাৰ বিষ়ববীয়াসকল আৰু লগতে মৰমৰ শিপিনী সকল।






মন কী বাতবিধান সভা - 29নং কোকৰাঝাৰ পশ্চিমশক্তি কেন্দ্ৰ - জয়পুৰ বুথ নং -174বুথৰ নাম - 301নং জয়পুৰ LP school            ...
30/07/2023

মন কী বাত
বিধান সভা - 29নং কোকৰাঝাৰ পশ্চিম
শক্তি কেন্দ্ৰ - জয়পুৰ
বুথ নং -174
বুথৰ নাম - 301নং জয়পুৰ LP school






আজি 10.30 বজাত  ভাৰতীয় জনতা পাৰ্টী ফকিৰাগ্ৰাম মণ্ডল অফিচ ত  সাংগঠনিক মত বিনিময় সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে ফকি...
29/07/2023

আজি 10.30 বজাত ভাৰতীয় জনতা পাৰ্টী ফকিৰাগ্ৰাম মণ্ডল অফিচ ত সাংগঠনিক মত বিনিময় সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে ফকিৰাগ্ৰাম মণ্ডল প্ৰভাৰী সন্মানীয় অনিৰ্বাণ দাস ফকিৰাগ্ৰাম মণ্ডল সভাপতি সন্মানীয় মনোজ কুমাৰ ৰায় মণ্ডলৰ বিষয় ববিয়া সকল মৰ্চাৰ সভাপতি সকল আৰু শক্তি কেন্দ্ৰ ৰ আহ্বায়ক সকল।


ভাৰতৰ যশস্বী প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী জী'ৰ নৱম বৰ্ষপূৰ্তীৰ উপলক্ষে আজি ইং 30 জুন 2023 শুক্ৰ বাৰ দিনা ভাৰতীয়...
30/06/2023

ভাৰতৰ যশস্বী প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী জী'ৰ নৱম বৰ্ষপূৰ্তীৰ উপলক্ষে আজি ইং 30 জুন 2023 শুক্ৰ বাৰ দিনা ভাৰতীয় জনতা পাৰ্টী ফকিৰাগ্ৰাম মণ্ডল ৰ অন্তৰ্গত কাশীবাঢ়ি গাওঁৰ ১৫৩ নং বুথ ত আৰু জয়পুৰ গাওঁৰ ১৭৪ নং বুথ ত ঘৰে ঘৰে গৈ মহা জন সম্পৰ্ক কৰো।






ভাৰতৰ যশস্বী প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী জী'ৰ নৱম বৰ্ষপূৰ্তীৰ উপলক্ষে আজি ইং ২৯ জুন ২০২৩ বৃহস্পতিবাৰ দিনা ভাৰতী...
29/06/2023

ভাৰতৰ যশস্বী প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী জী'ৰ নৱম বৰ্ষপূৰ্তীৰ উপলক্ষে আজি ইং ২৯ জুন ২০২৩ বৃহস্পতিবাৰ দিনা ভাৰতীয় জনতা পাৰ্টী ফকিৰাগ্ৰাম মণ্ডল ৰ অন্তৰ্গত কৰ্তিমাৰী গাওঁৰ ২৩৯ নং বুথ ত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰিৰ ঘৰে ঘৰে গৈ মহা জন সম্পৰ্ক কৰো।








আজি ১৯/৬/২০২৩ ইং তাৰিখে বিয়লি  ভাৰতীয় জনতা পাৰ্টী কোকৰাঝাৰ জিলা মহিলা মৰ্চাৰ নিৰ্দেশ মৰ্মে ফকিৰাগ্ৰাম মণ্ডল মহিলা মৰ্চ...
19/06/2023

আজি ১৯/৬/২০২৩ ইং তাৰিখে বিয়লি ভাৰতীয় জনতা পাৰ্টী কোকৰাঝাৰ জিলা মহিলা মৰ্চাৰ নিৰ্দেশ মৰ্মে ফকিৰাগ্ৰাম মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত নৱ ভোট দাতা মহিলা সন্মিলন,: এই কাৰ্য সূচী ৰ অন্তৰ্গত ১৮ বছৰৰ পৰা ১৯ বছৰ বয়সৰ মহিলাৰ লগত কৰ্তিমাৰি শক্তি কেন্দ্ৰ ৰ অন্তৰ্গত থকথকী পাৰা LP school t মহা জন সম্পৰ্ক কৰিলোঁ। যুৱ প্ৰজন্ম উৎকৰ্ষ সাধনৰ বাবে BJP চৰকাৰ খনে মাননীয় প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্ব হাতত লোৱা বিভিন্ন পদক্ষেপ সমূহৰ বিষয়ে আলোচনা কৰিলোঁ।






Address

Fakiragram

Website

Alerts

Be the first to know and let us send you an email when BJP Mahila Morcha Fakiragram Mandol posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share