আমাৰ চৰকাৰ

আমাৰ চৰকাৰ উন্নয়ন,শান্তি আৰু প্ৰগতি

04/09/2025

সৰুসজাই নতুন জীৱন পালে, ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয়।
CMO Assam

04/09/2025
04/09/2025
2019 চনত 1কোটি 90 লাখ হিন্দু বাংলাদেশী আহিব বুলি গোটেই অসমখন অস্থিৰ কৰি পেলাইছিল এটা  বাহিনীয়ে যত উদ্দেশ্য  কোনোবাৰ ৰাজ...
03/09/2025

2019 চনত 1কোটি 90 লাখ হিন্দু বাংলাদেশী আহিব বুলি গোটেই অসমখন অস্থিৰ কৰি পেলাইছিল এটা বাহিনীয়ে যত উদ্দেশ্য কোনোবাৰ ৰাজনৈতিক দল খোলা,
CMO Assam

03/09/2025

নিয়মানুৱর্তিতা, অধ্যৱসায়, নিষ্ঠা আৰু কঠোৰ অনুশীলনেৰে ভাৰতীয় ক্রীড়াৰ ইতিহাসত এটি সোণালী অধ্যায় সংযোজন কৰা বিশিষ্ট ক্রীড়াবিদ অর্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনত তেখেতলৈ জনাইছোঁ আন্তৰিক ওলগ আৰু শুভেচ্ছা। আপোনাৰ প্রেৰণাৰ অমল পোহৰেৰে সমাজখনক সদায় আলোকিত কৰি ৰাখক।

03/09/2025

জহাৰ...
ছবে চাহ জনজাতি ভাই-বহিন, আয়'-বাবাকে পবিত্ৰ কৰম পৰবকেৰ আন্তৰিক দুলাৰ শুভেচ্ছা জানাহি। কৰমাকেৰ আছিৰবাদছে ছবকে জীবনমে হাসি-খুসি আৰ' সমৃদ্ধি আছুক।

পৱিত্র কৰম পূজা উপলক্ষে আদৰৰ চাহ জনগোষ্ঠীয় ভাই-ভনীসকলৰ লগতে সমগ্র ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জনাইছোঁ। কৰম দেৱতাৰ আশীর্বাদত সকলোৰে সুখ-সমৃদ্ধি হওক, তাকে কামনা কৰিছোঁ।

18/03/2023

অসমী় আই মান অসমী আই অভিমান
আমাৰ জাতীয় উৎসৱ চেনেহৰ বিহুক বিশ্ববাসিক চিনাকি কৰাই দিয়া উদ্দেশ্যই অসম চৰকাৰৰ প্ৰচেষ্টা ।

Himanta Biswa Sarma
আমাৰ চৰকাৰ
Pijush Hazarika

08/03/2023

কাইলৈ মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়া নেতৃত্বাধীন ​​অসম চৰকাৰে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীত ৪২ লাখ ৰচনা লিখা বাবে ত স্থান লাভ কৰিব।
অভিনন্দন অসম !
আমাৰ চৰকাৰ
Himanta Biswa Sarma

অসমী আই হৈ দিনে ৰাতিয়ে নিষ্ঠাৰে কাম কৰা  সৰ্বকালৰ সৰ্বচেষ্ঠ মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়ালৈ জন্মদিনৰ...
31/01/2023

অসমী আই হৈ দিনে ৰাতিয়ে নিষ্ঠাৰে কাম কৰা সৰ্বকালৰ সৰ্বচেষ্ঠ মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়ালৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ 😍
মা কামাখ্যাই সদায় আপোনাক কুশলে ৰাখক
আমাৰ চৰকাৰ

Warm birthday greetings Hon'ble MLA Shri Biswajit Phukan dangoriya May Maa Kamakhya and Mahapurush Srimanta Sankardev be...
09/01/2023

Warm birthday greetings Hon'ble MLA Shri Biswajit Phukan dangoriya

May Maa Kamakhya and Mahapurush Srimanta Sankardev bestow upon you good health and a long life in service of the nation.

Address

Dispur

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when আমাৰ চৰকাৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share