Karbi Anglong BJP Supporters

Karbi Anglong BJP Supporters Karbi Anglong BJP supporters' pages require highlighting their contributions, achievements, and commitment to the party's vision.

06/10/2026
06/10/2026
13/09/2026
13/09/2026

Heartiest birthday greetings to Giriraj Singh Ji, Hon'ble Union Minister, MyGovIndia !

13/09/2026

ৰংখাং বিধান সভা সমষ্টিৰ মাননীয় বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী Tuliram Ronghang ডাঙৰীয়াৰ পিতৃ শ্ৰদ্ধাৰ জয়ছিং ৰংহাং ডাঙৰীয়াৰ দেহাৱসানৰ বাতৰিয়ে ব্যথিত কৰিছে।

এগৰাকী দায়িত্বশীল শিক্ষক হিচাপে পৰিচিত জয়ছিং ৰংহাং ডাঙৰীয়া অৱসৰ গ্ৰহণৰ পাছত সমাজ সেৱাৰ প্ৰতি আকৰ্ষিত হৈছিল। তেখেতৰ বিয়োগত কার্বি সমাজত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি হ'ল। মৃতকৰ বিদেহ আত্মাৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

ঔঁম শান্তি🙏

Address

Diphu

Website

Alerts

Be the first to know and let us send you an email when Karbi Anglong BJP Supporters posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share