Axom Affairs - অসম Affairs

Axom Affairs - অসম Affairs এইটো Page ৰ মাধ্যমেৰে ভাৰত তথা অসমৰ ৰাজনৈতিক,অৰ্থনৈতিক,ঐতিহাসিক,সামাজিক দিশ সমূহৰ বিৱৰণ দাঙি ধৰিম

06/06/2026

জয়ন্ত মল্ল বৰুৱা , বিমল বৰা, বিশ্বজিৎ দৈমাৰী, অশোক সিঙঃহল শপত গ্ৰহণ



Himanta Biswa Sarma

06/06/2026

মন্ত্ৰী সভাৰ শপত গ্ৰহণৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সিধান্ত

মন্ত্ৰী সকলক কি কি Portfolio দিব আৰু কেতিয়া দিব জনালে মুখ্যমন্ত্ৰীয়ে

কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিধান্ত গ্ৰহণ আৰু ঘোষণা


Himanta Biswa Sarma

04/06/2026

ৰাজনীতিৰ প্ৰধান উদ্দেশ্য হৈছে এখন দেশ বা ৰাজ্যৰ শাসন-ব্যৱস্থা সুচাৰুৰূপে পৰিচালনা কৰা, জনসাধাৰণৰ কল্যাণ সাধন কৰা, অৰ্থনৈতিক উন্নয়ন নিশ্চিত কৰা, শিক্ষা, স্বাস্থ্য, নিয়োগ, যোগাযোগ, কৃষি আৰু উদ্যোগ আদি ক্ষেত্ৰত অগ্ৰগতি অনা।




ৰাজনীতিৰ কেন্দ্ৰবিন্দু হোৱা উচিত উন্নয়ন, সমতা, সামাজিক ন্যায় আৰু অৰ্থনৈতিক সমৃদ্ধি; আনহাতে ধৰ্ম ব্যক্তিগত বিশ্বাসৰ বিষয় হিচাপে সন্মান লাভ কৰা উচিত। এখন শক্তিশালী আৰু ঐক্যবদ্ধ ৰাষ্ট্ৰ গঢ়িবলৈ সকলো নাগৰিকক সমান সুযোগ প্ৰদান কৰা আৰু বিভাজনৰ পৰিৱৰ্তে সহযোগিতা আৰু সম্প্ৰীতি বৃদ্ধি কৰাটো অধিক গুৰুত্বপূৰ্ণ।

03/06/2026

কোনোবা ৰাজনৈতিক দলক প্ৰশ্ন কৰা মানেই দেশদ্ৰোহী হৈ যায় নেকি?

প্ৰশাসনিক ব্যৱস্থাৰ গাফিলতিৰ বিৰুদ্ধে মাত মাতিলেই দেশ বিৰোধী বুজাব নেকি?

কোনোবা ৰাজনৈতিক দল মানেই ভাৰত নেকি?


01/06/2026

মাধুৰ্য্য বৰ্মনৰ দৰে আৰু কিমান খিলঞ্জীয়া অসমীয়া মানুহে এনেকৈ কৰুন মৃত্যুক সাৱটি লব লাগিব??

আৰু কিমান সহ্য কৰিব লাগিব আমি অসমীয়াই??


Himanta Biswa Sarma

01/06/2026

মাধুৰ্য্য বৰ্মনৰ হত্যাকাণ্ডৰ উচিত তদন্ত নকৰিলে গোটেই অসমতে আন্দোলন কৰিম


01/06/2026

বিশ্বজিৎ দৈমাৰী কমিচন খাই কেলেংকাৰী কৰাটো 100% সঁচা: অখিল গগৈ

Himanta Biswa Sarma

29/05/2026

ৰাইজৰ দলৰ ডঃ জ্ঞানশ্ৰী বৰাই সংবাদমেল জৰিয়তে গৰজি উঠিল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে


29/05/2026

অসমৰ উপৰত বৰ্তমান দুই লাখ কোটি টকাৰো অধিক টকাৰ ঋণৰ বোজা আছে আৰু ভৱিষ্যতেও ঋণ লবলৈ গৈ আছে..

Debt to GDP ratio অনুসৰি ঋণ লবলৈ বৰ্তমানে eligible হল বুলিয়ে আকৌ ঋণ লোৱাৰ কিমান প্ৰয়োজন আছে??

Himanta Biswa Sarma

28/05/2026

অসম UCC বিধেয়ক, ২০২৬ এ এক নতুন বিতৰ্কৰ সূচনা কৰিছে। কিছুমানে ইয়াক মহিলাৰ অধিকাৰ আৰু সামাজিক ন্যায়ৰ দিশত এক ইতিবাচক পদক্ষেপ বুলি বিবেচনা কৰিছে, আনহাতে কিছুমানে সাংস্কৃতিক আৰু ধৰ্মীয় অধিকাৰৰ প্ৰতি সম্ভাব্য প্ৰভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে।

আপোনাৰ মতে UCC অসমৰ বাবে প্ৰয়োজনীয় নেকি? নে ব্যক্তিগত আইনসমূহ অক্ষুণ্ণ ৰখা উচিত? আপোনাৰ মতামত কমেণ্টত অৱশ্যেই জনাব।

Himanta Biswa Sarma


Address

Karbi Anglong, Bakalia
Diphu
782482

Alerts

Be the first to know and let us send you an email when Axom Affairs - অসম Affairs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share