Raijor Dol ৰাইজৰ দ'ল, ডিগবৈ

Raijor Dol ৰাইজৰ দ'ল, ডিগবৈ ঐক্যবদ্ধ , অপোচবিহীন , প্ৰগতিশীল , জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল...

04/06/2026

তিনিচুকীয়া জিলাৰ পৰা এজনো স্থান নাপালে যে? তিনিচুকীয়াত যোগ্য এজনো বিধায়ক নাই নেকি??

এগৰাকী সাহসী নাৰীৰ দেহৱসান। মুক্তি যুঁজাৰু প্ৰিয়দা গগৈ আই আৰু আমাৰ মাজত নাই। প্ৰীয়দা আই সৰুৰে পৰা সংগ্ৰামী আছিল। তেখেতে ...
03/06/2026

এগৰাকী সাহসী নাৰীৰ দেহৱসান। মুক্তি যুঁজাৰু প্ৰিয়দা গগৈ আই আৰু আমাৰ মাজত নাই। প্ৰীয়দা আই সৰুৰে পৰা সংগ্ৰামী আছিল। তেখেতে স্বাধীনতা আন্দোলন আৰু অসম আন্দোলনটো সক্ৰিয় অংশগ্ৰহণ কৰিছিল। তেখেতে নিজৰ বৰপুত্ৰক ডেকা কালতে হেৰুৱাইছিল আৰু সৰু পুত্ৰ অখিল গগৈক সমাজৰ বাবে আগবঢ়াই দিছিল। অখিল গগৈৰ এই কণ্টকময় যাত্ৰাৰ পথত সদায় সাহস আৰু প্ৰেৰণা যোগাইছিল সংগ্ৰামী প্ৰিয়দা গগৈ আইয়ে। আইৰ মহাপ্ৰণয়নৰ ক্ষণত তেখেতলৈ গভীৰ শ্ৰদ্ধা জনাইছো আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে এই দুখৰ মূহুৰ্তত অখিল গগৈ তথা তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু ভগবানে তেওঁলোকক এই দুখ সহ্য কৰিবলৈ সাহস দিয়ক তাৰেই প্ৰাৰ্থনা কৰিলোঁ।।
Akhil Gogoi

14/05/2026
13/05/2026

Address

Digboi

Website

Alerts

Be the first to know and let us send you an email when Raijor Dol ৰাইজৰ দ'ল, ডিগবৈ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share