Zubeen Garg Fan Club Dibrugarh Official

Zubeen Garg Fan Club Dibrugarh Official This page is for all the fans of Zubeen Garg in dibrugarh. We cordially invite all of you to join us

23/05/2026

দুপৰৰ মোহনাত দেহাটি উতলা

জয় জুবিন দা ✊🏼


23/05/2026

জয় জুবিন দা ✊

  খুব বেছি ভাল পালেসি মোৰ কাৰণে ভুলো কৰি দিব পাৰে।মহৎ লোকৰ বাণী:- জুবিন গাৰ্গ
13/05/2026


খুব বেছি ভাল পালে
সি মোৰ কাৰণে ভুলো কৰি দিব পাৰে।

মহৎ লোকৰ বাণী:- জুবিন গাৰ্গ

12/05/2026

🩸 Urgent requirement of four blood donors.If anybody can help, we will be extremely grateful.ৰক্তদান মহাদান  ❤️‍🩹
10/05/2026

🩸 Urgent requirement of four blood donors.
If anybody can help, we will be extremely grateful.
ৰক্তদান মহাদান
❤️‍🩹

আগন্তুক প্ৰজন্মৰ বাবেও এনেদৰে অমৰ হৈ থাকিবা আমাৰ সকলোৰে হৃদয়ত। 🕊️ 🎶জয় জুবিন দা
09/05/2026

আগন্তুক প্ৰজন্মৰ বাবেও এনেদৰে অমৰ হৈ থাকিবা আমাৰ সকলোৰে হৃদয়ত। 🕊️ 🎶

জয় জুবিন দা

09/05/2026


জুবিন দা আছিল অসমীয়া জাতিৰ হিয়াৰ আমঠু। তেওঁৰ সংগীত আৰু তেওঁৰ সাহস আমাৰ বাবে চিৰকাল প্ৰেৰণাৰ উৎস হৈ ৰ’ব।

  কেতিয়াও বেলেগক দেখুৱাই সহায় নকৰিলে মানুহজনে ।জয় জুবিন দা ✊
08/05/2026


কেতিয়াও বেলেগক দেখুৱাই সহায় নকৰিলে মানুহজনে ।
জয় জুবিন দা ✊

কোনে কাক পৰিচয় কৰাই দিছে সেয়া অসমৰ ৰাইজে ভালদৰেই জানে । জুবিন গাৰ্গ  কেৱল এজন শিল্পী নহয়   তেওঁ অসমীয়াৰ আবেগ। তেওঁৰ ...
28/04/2026

কোনে কাক পৰিচয় কৰাই দিছে সেয়া অসমৰ ৰাইজে ভালদৰেই জানে । জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয় তেওঁ অসমীয়াৰ আবেগ। তেওঁৰ প্ৰতিভাক আনৰ স্বীকৃতিৰ প্ৰয়োজন নাই ।

Address

Dibrugarh
786001

Telephone

+918486005098

Website

Alerts

Be the first to know and let us send you an email when Zubeen Garg Fan Club Dibrugarh Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Zubeen Garg Fan Club Dibrugarh Official:

Share