৯নং বিৰশিং জৰুৱা সমষ্টিৰ ৰাইজৰ মতামত বিছাৰিছো।

  • Home
  • India
  • Dhubri
  • ৯নং বিৰশিং জৰুৱা সমষ্টিৰ ৰাইজৰ মতামত বিছাৰিছো।

৯নং বিৰশিং জৰুৱা সমষ্টিৰ ৰাইজৰ মতামত বিছাৰিছো। follow koro

08/05/2026
09/04/2026

ইতিমধ্যে বিৰশিং জৰুৱা সমষ্টিত 83% ভোট আলী আকবৰ মিঞা চাহাবৰ পক্ষত পৰি আছে — এইটো স্পষ্ট যে পৰিৱর্তনৰ জোৱাৰ উঠিছে।

08/04/2026

ৰাইজৰ দোৱা আছে আলী আকবৰ মিঞা জিকিব ইনশাআল্লাহ।
নিৰ্দলীয় প্ৰাৰ্থী ক'ত যাব। ৱাজেদ আলী চৌধুৰীক ৰাইজে নিবিচাৰে।
বিধানসভাত বাঘা নেতা বিচাৰোঁ।

08/04/2026

বিধানসভাত বলিষ্ঠ নেতৃত্ব পালন কৰি আমাৰ প্ৰাপ্য অধিকাৰ কাঢ়ি লৈ আহিব পাৰিব সেইজন আলী আকবৰ মিঞা।
এবাৰ আমি বিধানসভাত চাব বিচাৰিছোঁ।

08/04/2026

ওৱাজেদ আলী চৌধুৰীৰ দৰে নেতা আৰু ১০০ বছৰ বিধায়ক, মন্ত্ৰী পদবীত থাকিলে সমষ্টিবাসীৰ লগতে সংখ্যালঘু জনগণৰ কোনো উন্নয়ন নহ'ব।

৯ নং বিৰশিং জৰুৱা সমষ্টিৰ অন্তৰ্গত নতুন বাগান বজাৰত অনুষ্ঠিত হোৱা AIUDF দলৰ মনোনীত প্ৰাৰ্থী আলী আকবৰ মিঞা চাহাবৰ অন্তিম ...
07/04/2026

৯ নং বিৰশিং জৰুৱা সমষ্টিৰ অন্তৰ্গত নতুন বাগান বজাৰত অনুষ্ঠিত হোৱা AIUDF দলৰ মনোনীত প্ৰাৰ্থী আলী আকবৰ মিঞা চাহাবৰ অন্তিম খন জনসভাৰ দৃশ্য।

ৰাইজৰ ব্যাপক উপস্থিতি আৰু উৎসাহে এইটো স্পষ্ট কৰিছে যে পৰিৱর্তনৰ বতাহ ইতিমধ্যে আৰম্ভ হৈছে। নিপীড়িত-নিষ্পেষিত ৰাইজৰ কণ্ঠস্বৰ হিচাপে আলী আকবৰ মিঞা চাহাবক শক্তিশালী সমৰ্থন জনাইছে সাধাৰণ জনতাই।

অহা নিৰ্বাচনত তলা-চাবিৰ ছবিত আপোনাৰ মূল্যবান ভোট প্ৰদান কৰি তেওঁক জয়যুক্ত কৰক আৰু উন্নয়নৰ পথত আগবঢ়াওঁ একেলগে।

Address

Dhubri

Website

Alerts

Be the first to know and let us send you an email when ৯নং বিৰশিং জৰুৱা সমষ্টিৰ ৰাইজৰ মতামত বিছাৰিছো। posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share