NSUI Golakganj

  • Home
  • NSUI Golakganj

NSUI Golakganj Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NSUI Golakganj, Political organisation, .

26/10/2025
26/10/2025
28/06/2023

গোলকগঞ্জ সমষ্টি NSUI তৰফৰ পৰা
সমূহ অসমবাসী ৰাইজলৈ
ঈদ-উল-আজ্হা'ৰ আন্তৰিক
শুভেচ্ছা যাচিছোঁ |

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি,প্ৰাক্তন মন্ত্ৰী,জেষ্ঠ কংগ্ৰেছ নেতা,অসমৰ জনতাৰ এজন বলিষ্ঠ নেতা সন্মানীয় ৰিপুন ...
17/03/2022

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি,প্ৰাক্তন মন্ত্ৰী,জেষ্ঠ কংগ্ৰেছ নেতা,অসমৰ জনতাৰ এজন বলিষ্ঠ নেতা সন্মানীয় ৰিপুন বৰা ডাঙৰীয়া ৰাজ্যসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী।
সন্মানীয় ৰিপুন বৰা ডাঙৰীয়ালৈ গোলকগঞ্জ সমষ্টি NSUI ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
Ripun Bora

14/03/2022

গোলকগঞ্জ সমষ্টি NSUI তৰফৰ পৰা আগন্তুক 2022 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা ঞ্জাপন কৰিলোঁ।

06/01/2022
Nagoan GNDG COMMERCE COLLEGE যত NSUI  বৃহৎ জয় লাভ কৰে তাৰ ভিতৰত  আমাৰ গোলকগঞ্জ সমষ্টিৰ মোৰ বন্ধু আব্দুৰ ৰহমান (মাচুম ) A...
25/12/2021

Nagoan GNDG COMMERCE COLLEGE যত NSUI বৃহৎ জয় লাভ কৰে তাৰ ভিতৰত আমাৰ গোলকগঞ্জ সমষ্টিৰ মোৰ বন্ধু আব্দুৰ ৰহমান (মাচুম ) AGSপদত জয় লাভ কৰে তাক লৈ আমি গোলকগঞ্জ সমষ্টিৰ NSUIবহুত সুখী কাৰণ আমাৰ গোলকগঞ্জ সমষ্টিৰ লৰা এজন Nagoan GNDG COMMERCE COLLEGE জৰ AGSপদত জয় লাভ কৰাৰ কাৰণে তেওঁক বহুত বহুত শুবেশ্চা যাপন কৰিলোঁ

24/12/2021
03/12/2021

The mission of the NSUI is “To empower the student community to create responsible citizens and leaders based on the values of democracy, secularism, liberty, quality & equality”.

Address


783334

Website

Alerts

Be the first to know and let us send you an email when NSUI Golakganj posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share