Bharatiya Janata Party Dhubri Town Mandal

Bharatiya Janata Party Dhubri Town Mandal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bharatiya Janata Party Dhubri Town Mandal, Political Party, Old steamer Road ward no. 1, Dhubri.

Date -19/05/2025Time -3.00 pmStarting from-Vivekananda statue.(Tetultola)
16/05/2025

Date -19/05/2025
Time -3.00 pm
Starting from-Vivekananda statue.(Tetultola)

আজি  ২৫/১২/২০২৪ তাৰিখত আমাৰ সকলোৰে শ্ৰদ্ধাৰ  ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় শ্ৰীঅটল বিহাৰী বাজপেয়ীদেৱৰ ১০০সং...
25/12/2024

আজি ২৫/১২/২০২৪ তাৰিখত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় শ্ৰীঅটল বিহাৰী বাজপেয়ীদেৱৰ ১০০সংখ‍্যক জয়ন্তীৰ লগত সংগতি ৰাখি *সুশাসন দিৱস* ভাৰতীয় জনতা পার্টি ধুবুৰী জিলা কাৰ্য্যালয়ত পালন কৰা হয়।

Sanghatan parba karmasala 2024.Dhubri Town Mondal.
10/11/2024

Sanghatan parba karmasala 2024.Dhubri Town Mondal.

  on The holy occasion of Mahatma Gandhi ji Birthday...
02/10/2024

on The holy occasion of Mahatma Gandhi ji Birthday...

১৭ ছেপ্টেম্বৰ ২০২৪ তাৰিখে ৰাতিপুৱা ১১:০০ বজাত যশস্বী প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৪ সংখ্যক জন্ম দিন উপলক...
17/09/2024

১৭ ছেপ্টেম্বৰ ২০২৪ তাৰিখে ৰাতিপুৱা ১১:০০ বজাত যশস্বী প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৪ সংখ্যক জন্ম দিন উপলক্ষে ধুবুৰী যক্ষ্মা চিকিৎসালয়ত (টিভি হস্পিটল) ভাৰতীয় জনতা পাৰ্টি ধুবুৰী টাউন মণ্ডলৰ ফালৰ পৰা ফল বিতৰণ কৰা হ'ল।



ভাৰতীয় জনতা পাৰ্টি ধুবুৰী টাউন মণ্ডল।

BJP DHUBRI TOWN MONDAL ORGANISED  MEDICAL HEALTH CAMP AT VARIOUS FLOOD AFFECTED AREAS IN DHUBRI TOWN.
14/07/2024

BJP DHUBRI TOWN MONDAL ORGANISED MEDICAL HEALTH CAMP AT VARIOUS FLOOD AFFECTED AREAS IN DHUBRI TOWN.

যখন আধ্যাত্মিকতা আপনার ভিত্তি এবং ভক্তি আপনার শক্তি ❤Narendra Modi
31/05/2024

যখন আধ্যাত্মিকতা আপনার ভিত্তি এবং ভক্তি আপনার শক্তি ❤

Narendra Modi

30/05/2024

Aab ki Baar 400 par.....

Ram Jyoti Distribution various ward in Dhubri Town. Organised by BJP Dhubri TownMondal....
21/01/2024

Ram Jyoti Distribution various ward in Dhubri Town. Organised by BJP Dhubri TownMondal....

ছঠ পূজাৰ ঘাট পৰিদৰ্শন
17/11/2023

ছঠ পূজাৰ ঘাট পৰিদৰ্শন

আজি অৰ্থাৎ ১৬/০৮/২০২৩, আমাৰ শ্ৰদ্ধাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী  ডাঙৰীয়াৰ পূণ্য তি...
16/08/2023

আজি অৰ্থাৎ ১৬/০৮/২০২৩, আমাৰ শ্ৰদ্ধাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ পূণ্য তিথিত পুষ্পাঞ্জলি কাৰ্য্যক্ৰম জিলা কাৰ্যালয়ত আজি ৬:৩০ বজাত পালন কৰা হয় আৰু উক্ত সভাত উপস্হিত থাকে ধুবুৰী নগৰ মন্ডলৰ সভাপতি দিলীপ সিং ডাঙৰীয়া, ধুবুৰী পৌৰসভাৰ পৌৰপতি দেবময় সান্যাল ডাঙৰীয়া, জিলাৰ সাধাৰণ সম্পাদক ভাগীৰথ ওঝা ডাঙৰীয়া, জিলা সম্পাদক সুসান্ত কৰ ডাঙৰীয়া, অনুসুচিত জাতি মৰ্চাৰ জিলা সভাপতি মদন দাস ডাঙৰীয়া, কিষান মৰ্চাৰ জিলা সভাপতি অমিত আগৰবাল ডাঙৰীয়া, মণ্ডলৰ সাধাৰণ সম্পাদক সোমনাথ বনিক ডাঙৰীয়া আৰু বিভিন্ন স্হানৰ পৰা অহা বিভিন্ন স্তৰৰ সন্মানীয় কৰ্মকৰ্তাগন 🙏

Address

Old Steamer Road Ward No. 1
Dhubri
783301

Website

Alerts

Be the first to know and let us send you an email when Bharatiya Janata Party Dhubri Town Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share